• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা বিজয়ী ‘মেঘ-ঘোঁৰা’ৰ স্ৰষ্টা যুৱ কবি দ্বিজেন কুমাৰ দাস

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 13, 2021 7:02 am
Megh Ghora

সাহিত্য অকাডেমিৰ যুৱ বঁটা বিজয়ী দ্বিজেন কুমাৰ দাস।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”মেঘ ঘোঁৰা”ৰ স্ৰষ্টা অসমৰ  উদীয়মান যুৱ কবি তামুলপুৰৰ সু সন্তান দ্বিজেন কুমাৰ দাসে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ- ২০২০’ৰ এই বঁটা ঘোষণা কৰাৰ পিছত তামুলপুৰ মহকুমাৰ সাহিত্যানুৰাগী সকলৰ মাজত আনন্দৰ বন্যা নামি আহে।

Apply Now

বাক্সা জিলাৰ তামুলপুৰৰ কালাকুছি গাঁওত ১৯৮৫ চনৰ ১৫ মে’ত জন্ম গ্ৰহণ কৰা প্ৰয়াত হৰিণাৰায়ন দাস আৰু প্ৰয়াত যামিনী দাসৰ পুত্ৰ  দ্বিজেন কুমাৰ দাস অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

তেওঁ পেছাত এগৰাকী শিক্ষক আৰু তেওঁ বেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত। সৰুৰে পৰা সাহিত্য চৰ্চা কৰা দ্বিজেন কুমাৰ দাসে লিখা কবিতা সমূহ অসমৰ আগশাৰীৰ প্ৰায় আলোচনীত প্ৰকাশ হৈ আহিছ।

বহু কেইখন কবিতা পুথি, সাধু কথা, নাটক আদি  লিখা আৰু প্ৰকাশ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বহু আলোচনীও দ্বিজেন কুমাৰ দাসে সম্পাদনা কৰিছে।

তামুলপুৰৰ বিভিন্ন মঞ্চত দক্ষ ঘোষক হিচাপে পৰিচিত দ্বিজেন কুমাৰ দাসৰ পূর্বায়ন প্ৰকাশনৰ দ্বিতীয় কাব্য সংকলন ”মেঘ ঘোঁৰা” কাব্য গ্ৰন্থখন ২০১৮ চনত  প্ৰকাশ কৰি সাহিত্যানুৰাগীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰশংসিতও হৈছিল।

ইপিনে ২০০৭ চনত দ্বিজেন কুমাৰ দাসে প্ৰথমখন কাব্য পুথি ”উশাহ থাকে মানে অ’ মনে তৰা” প্ৰকাশ কৰিও পাঠক সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল।

নিৰৱচ্ছিন্ন ভাৱে সাহিত্য চৰ্চা অব্যাহত ৰখা দ্বিজেন কুমাৰ দাসক সাহিত্য অকাডেমি যুৱ বঁটা-২০২০ লাভ কৰাৰ বাবে অসম সাহিত্য সভাৰ বাৰ্তা সম্পাদক তথা মাহেকীয়া বাৰ্তাপখিলীৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকা, তামুলপুৰ প্ৰেছ ক্লাব, তামুলপুৰ শাখা সাহিত্যসভা, তামুলপুৰ জেষ্ঠ্য নাগৰিক মঞ্চ, আকাশী লিটাৰেৰী চ’চাইটিকে আদি কৰি বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন ব্যক্তিয়ে যুৱ কবি দ্বিজেন কুমাৰ দাসক এই বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

সাহিত্য অকাডেমি যুৱ বঁটা-২০২০ লাভ কৰা দ্বিজেন কুমাৰ দাসে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়,’’অসমীয়া মোৰ প্ৰাণৰ ভাষা। এই শ্ৰেষ্ঠতম ভাষাটোৰে মই লিখা মেলা কৰোঁ। এই অহংকাৰে মোক আগুৰি আছে। আইলৈ ধন্যবাদ ভাষাটো মুখত গুজি দিয়া বাবে। বঁটা প্ৰাপ্তিয়ে মোক আনন্দ দিছে।  এই বিশ্বাসে মোক সংযমী আৰু দায়িত্বশীল কৰি তুলিব।”

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd