• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰতন টাটাই অনুসৰণ কৰে এই ৮ টা সফলতাৰ মন্ত্ৰ! যিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱনো

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 11:32 am
ৰতন টাটা। ফটোঃ সংগ্ৰহীত।

ৰতন টাটা। ফটোঃ সংগ্ৰহীত।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অন্যতম ধনী ব্যক্তি তথা প্ৰবীণ উদ্যোগপতি ৰতন টাটাক চিনি নোপোৱা কোনো ভাৰতীয় বিচাৰি পোৱা টান। দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ তালিকাত তেওঁৰ নাম একেবাৰে শীৰ্ষত আছে। তেওঁ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে তেওঁ টাটা গ্ৰুপলৈ বিশ্বজুৰি স্বীকৃতি কঢ়িয়াই আনিছে। সৰ্বোপৰি তেওঁৰ সহজ-সৰল, অনাড়ম্বৰ জীৱনশৈলীয়ে সকলোকে মুগ্ধ কৰি তোলে। সেইবাবেই তেওঁৰ অনুৰাগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাই আহিছে।

ৰতন টাটাই জীৱনত কেইবাটাও কথা অনুসৰণ কৰি সফলতা অৰ্জন কৰিছে। সেইবোৰ সকলো মানুহৰ জীৱনতে প্ৰযোজ্য আৰু অনুকৰণীয়। এবাৰ চাও আহকচোন ৰতন টাটাৰ এই সাফল্যৰ মন্ত্ৰবোৰ নো কি?

Apply Now

১. কৰ্মই সকলো: ৰতন টাটাৰ বিশ্বাস যে কাম কৰিলে তাক পূজাৰ দৰে গণ্য কৰক। লগতে যিকোনো কামত কঠোৰ পৰিশ্ৰম আৰু মনোযোগ দিয়ক।

ৰতন টাটা। ফটোঃ সংগ্ৰহীত।

২. আপোনাৰ চিন্তাধাৰা বহল কৰক: এই প্ৰবীণ উদ্যোগপতিগৰাকীয়ে বিশ্বাস কৰে যে জীৱনত যিকোনো কাম কৰিবলৈ হ’লে প্ৰথমে তেওঁলোকৰ চিন্তাধাৰা বহল কৰিব লাগিব। অৰ্থাৎ ডাঙৰ চিন্তা কৰক। যেতিয়া আপুনি ডাঙৰ সপোন দেখিব তেতিয়া সেই সপোন বাস্তৱায়িত কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব।

৩. সকলোকে সন্মান কৰকঃ সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো ৰতন টাটাই সকলোকে সন্মান কৰে। আনকি নৱপ্ৰজন্মৰ লগতো তেওঁ যথেষ্ট সন্মানেৰে কথা কয়। আৰু তেওঁৰ এই গুণে তেওঁক অনন্য কৰি তুলিছে। তেওঁৰ মতে সদায় আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত।

৪. আত্মবিশ্বাস: ৰতন টাটাৰ মতে প্ৰথমে নিজৰ ওপৰত বিশ্বাস ৰাখক। যদি আপোনাৰ নিজৰ ওপৰত সঠিক আস্থা থাকে তেন্তে আপুনি যিকোনো কাম অতি সহজে কৰিব পাৰে। অৰ্থাৎ একোৱেই বাধা দিব নোৱাৰে।

ৰতন টাটা। ফটোঃ সংগ্ৰহীত।

৫. সন্মিলিতভাৱে আগবাঢ়ক: টাটাৰ মতে এজন ব্যক্তিয়ে অকলে কিছু দূৰলৈকেহে যাব পাৰে। কিন্তু, যদি আপুনি সন্মিলিতভাৱে কাম কৰে বা কিবা এটা কৰে, তেন্তে আপুনি আপোনাৰ নিৰ্ধাৰিত লক্ষ্যত অতি সহজে উপনীত হ’ব পাৰিব।

৬. শৃংখলাৰ প্ৰয়োজন: সফলতাৰ বাবে প্ৰথম নিয়ম হ’ল শৃংখলা। ৰতন টাটাইও জীৱনত এই নিয়ম কঠোৰভাৱে পালন কৰে। ৰাতিপুৱা সোনকালে সাৰ পাই সকলো কাম সময়মতে সম্পূৰ্ণ কৰে।

৭. বিশ্বাস গঢ়ি তোলা: ৰতন টাটাৰ বিশ্বাস যে যেতিয়া আপুনি আপোনাৰ ব্যৱহাৰৰ জৰিয়তে বিশ্বাস বা আত্মবিশ্বাস গঢ়ি তুলিব, তেতিয়া মানুহে আপোনাৰ সৈতে সংযোগ স্থাপন কৰিব। আনকি, সকলোৱে আপোনাৰ কাম বা সংস্থাক বিশ্বাস কৰিব।

ৰতন টাটা। ফটোঃ সংগ্ৰহীত।

৮. শিকাৰ ইচ্ছা আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰা: ৰতন টাটাৰ মতে জীৱনত সদায় নতুন কিবা এটা শিকিব লাগে। লগতে যিকোনো কাম বা সিদ্ধান্তত প্ৰত্যাহ্বান গ্ৰহণৰ সাহস থাকিলেহে আপুনি সফল হ’ব পাৰিব। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd