• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনত সুখী হোৱাৰ এই ৩টা উপাদান! টকা-পইচা নহয়, এইবোৰ অৱশ্যেই গুৰুত্বপূৰ্ণ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 8:19 am
77
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেলিব্ৰিটি থেৰাপিষ্ট মাৰিছা পিয়ৰৰ মতে সুখী জীৱনৰ বাবে ধন, সম্পদ বা বস্তুগত আৰামৰ প্ৰয়োজন নহয়। ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰা ব্যক্তিও সুখী হ’ব পাৰে। ৰণবীৰ আল্লাহাবাদিয়াৰ সৈতে প’ডকাষ্টত মাৰিছাই সুখী হ’বলৈ তিনিটা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে কয়, যাৰ জৰিয়তে যিকোনো ব্যক্তিয়ে প্ৰকৃত সুখ আৰু পূৰ্ণতা লাভ কৰিব পাৰে। এইবোৰ বিতংভাৱে জানি লওঁ আহক:

সুখী হ’বলৈ জৰুৰী কথাবোৰ

Apply Now

১. কিবা এটা কৰিবলৈ তাগিদা

• প্ৰতিজন ব্যক্তিক এনেকুৱা কিবা এটা প্ৰয়োজন যিয়ে তেওঁক জীৱনত উদ্দেশ্যপূৰ্ণ অনুভৱ কৰাব পাৰে।

• ই আপোনাৰ কেৰিয়াৰ, নিচা বা সমাজ সেৱা হ’ব পাৰে।

• যেতিয়া এজন ব্যক্তিৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰাৰ উপায় থাকে তেতিয়া তেওঁ ব্যস্ত আৰু সন্তুষ্ট হৈ থাকে।

• লগতে যেতিয়া তেওঁ কোনো কাম কৰে, সেইটো তেওঁৰ পছন্দৰ হ’ব লাগে, যিয়ে তেওঁক আনন্দ দিয়ে।

উদাহৰণ:

নিজৰ পঢ়া-শুনাত সফলতা, কোনো প্ৰজেক্ট সম্পূৰ্ণ কৰা বা লিখা-মেলা, সংগীত বা খেলৰ বাবে সময় উচৰ্গা কৰিলে সুখ মিলিব পাৰে।

২. ক‘ৰবালৈ যোৱাৰ তাড়ণা

• মানুহক এনে এখন ঠাই লাগে য’ত তেওঁলোকে নিৰাপদ, গ্ৰহণযোগ্য আৰু সংযোগ অনুভৱ কৰে।

• ই ঘৰ, কাৰ্যালয়, বন্ধুৰ দল বা কোনো কমিউনিটি হ’ব পাৰে।

• যেতিয়া এজন ব্যক্তিয়ে নিজকে কাৰোবাৰ অংশ বুলি অনুভৱ কৰে তেতিয়া তেওঁ নিজকে আত্মবিশ্বাসী অনুভৱ কৰে।

• এই ঠাইখন কেৱল শাৰীৰিক নহয়, আৱেগিক সংযোগৰ প্ৰতীকও হ’ব পাৰে।

উদাহৰণ:

যদি কোনো ব্যক্তিয়ে নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী বা কোনো প্ৰতিষ্ঠানত গুৰুত্বপূৰ্ণ অনুভৱ কৰে, তেন্তে ই সুখৰ উৎস হ’ব পাৰে।

৩. কোনোবাক ভাল পোৱা-আকৰ্ষণ

• প্ৰতিজন ব্যক্তিক এনে কোনোবা এজনৰ প্ৰয়োজন যাক তেওঁ ভাল পায় আৰু যাৰ পৰা তেওঁ ভালপোৱা লাভ কৰে।

• এই সম্পৰ্ক পত্নী, পৰিয়াল, বন্ধু-বান্ধৱী বা আনকি পোহনীয়া জন্তুৰ সৈতেও হ’ব পাৰে।

• প্ৰেমে আমাক মানসিকভাৱে সবল কৰি তোলে আৰু জীয়াই থকাৰ প্ৰেৰণা দিয়ে।

• ই আমাক আনৰ বাবে কাম কৰিবলৈ আৰু নিজৰ স্বাৰ্থৰ বাহিৰত চিন্তা কৰিবলৈ শিকায়।

উদাহৰণ:

এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মৰম, বন্ধু-বান্ধৱীৰ ইজনে সিজনৰ বাবে কৰা  কাম, বা এজন ব্যক্তিৰ সংগীৰ প্ৰতি থকা প্ৰেম এই সকলোবোৰেই জীৱনত সুখৰ উৎস হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd