• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাৰু নোহোৱাকৈ শুৱাটো ভালনে? এই অভ্যাস সম্পৰ্কে আছে কিছু গুৰুত্বপূৰ্ণ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2024 8:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিয়ে ভাগৰুৱা শৰীৰক সতেজ আৰু শক্তি প্ৰদান কৰাত সহায় কৰে। বহুতে আৰামত আৰু শান্তিৰে শুবলৈ মূৰৰ তলত গাৰু ব্যৱহাৰ কৰে। গাৰু অবিহনে বহুতে শুব নোৱাৰে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গাৰু নোহোৱাকৈ শুই থকাটো এটা ভাল অভ্যাস। আচলতে গাৰু নোহোৱাকৈ শুলে কি লাভ হয়, জানো আহক।

পিঠি-কঁকালৰ বিষ কমায়

Apply Now

আজিকালি বহু লোকৰ পিঠি-কঁকালৰ বিষৰ সমস্যা হয়। এই পিঠি বা কঁকালৰ বিষৰ বহু কাৰণ আছে। কিন্তু এনে ব্যক্তিয়ে গাৰু ব্যৱহাৰ কৰিব নালাগে। যদি আপোনাৰ এই সমস্যা আছে তেন্তে গাৰু নোহোৱাকৈ শুই থকাৰ অভ্যাস কৰক। কাৰণ গাৰু নোহোৱাকৈ শুলে মেৰুদণ্ড পোন হৈ থাকে। ফলত বিষ বহু পৰিমাণে কমি যায়।

ডিঙি-কান্ধৰ বিষ কমায়

ডিঙি বা কান্ধৰ বিষৰ বহু কাৰণ থাকিব পাৰে। কিন্তু ডিঙি-কান্ধৰ বিষত ভুগি থকা লোকে গাৰু ব্যৱহাৰ কৰিব নালাগে। হয়, গাৰু নোহোৱাকৈ শুলে বিষ বহুত কমি যাব। গাৰু নোহোৱাকৈ শুলে ডিঙি আৰু কান্ধলৈ তেজৰ সোঁত স্বাভাৱিক থাকে। ইয়াৰ ফলত ডিঙি-কান্ধৰ বিষ কমি যায়।

ছাল আৰু চুলি

গাৰু লৈ শুলে চুলি আৰু ছালৰ ক্ষতি হয়। আপুনি জানেনে কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে গাৰু লৈ শুই থাকিলে চুলি আৰু ছালৰ সমস্যা হ’ব পাৰে। কাৰণ গাৰুত ধূলি-বালি আৰু ঘাম জমা হৈ থাকে। ইয়াৰ ফলত মুখমণ্ডলত ব্ৰণৰ সৃষ্টি হয়। চুলিও সৰে। গতিকে গাৰু নোহোৱাকৈ শুই থকাৰ অভ্যাস কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।

মূৰৰ বিষ কমায়

ৰাতিপুৱা সাৰ পাই বহুতে মূৰৰ বিষত ভোগে। স্বাস্থ্য বিশেষজ্ঞৰ মতে ইয়াৰ কাৰণ গাৰু। কাৰণ উচ্চ গাৰুত শুলে তেজৰ সঞ্চালন আৰু মূৰত অক্সিজেন যোগান কমি যায়। ফলত ৰাতিপুৱা সাৰ পালে মূৰৰ বিষ হয়। সেয়ে এনে সমস্যা হ’লে গাৰু নোহোৱাকৈ শুই থকাৰ অভ্যাস কৰক।

শৰীৰৰ ভংগী উন্নত কৰে

মূৰৰ তলত গাৰু লৈ শুই থাকিলে ডিঙিটো বহুসময় বেঁকা হৈ থাকে। যাৰ ফলত আপোনাৰ কান্ধ ক্ৰমান্বয়ে বেঁকা হৈ পৰে। সেয়ে আঠুৱা নোহোৱাকৈ শুই থকাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত আপোনাৰ ডিঙি-কান্ধটো পোন হৈ থাকিব।

ভাল টোপনি

বহুতে ভাবে যে গাৰু থাকিলেহে টোপনি আহে। কিন্তু গাৰুটোৰ ফলত বহু সমস্যাৰ সৃষ্টি হয়। ফলত আপোনাৰ টোপনি ভাল নহয়। সেয়ে গাৰু নোহোৱাকৈ শুই থকাৰ অভ্যাস কৰিব লাগে। গাৰু নোহোৱাকৈ শুলে মগজুলৈ তেজৰ প্ৰবাহ আৰু অক্সিজেন বৃদ্ধি পায়। ইয়াৰ ফলত মানসিক চাপ কমি যায়। টোপনিও ভাল হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd