DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ অসম বন্ধ: ১২ ছেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 10, 2019 12:52 pm
24-hour-AKRSU-bandh-990x742

অসম বন্ধৰ ফাইল ফটো

13.9k
VIEWS
Share on FacebookShare on Twitter

অহা ১২ চেপ্টেম্বৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান দিছে কোচ ৰাজবংশী সন্মিলনে। কোচ ৰাজবংশী সন্মিলনৰ বীৰেশ্বৰ শইকীয়া আৰু দুৰ্লভ চমুৱা গোটে এই বন্ধৰ আহ্বান জনাইছে।

এন আৰ চিৰ পৰা প্ৰায় ৫ লক্ষ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সন্মিলনীয়ে।

সেয়েহে এন আৰ চি প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি সন্মিলনীয়ে ১২ ছেপ্টেম্বৰত এই বন্ধৰ আহ্বান জনাইছে।

দিছপুৰ প্ৰেছ ক্লাৱত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই বন্ধৰ কথা ঘোষণা কৰে সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই।

koch Rajbongshee
মঙলবাৰে দিচপুৰ প্ৰেছ ক্লাৱত সংবাদমেলত কোচ-ৰাজবংশীৰ নেতত্ব। ফটোঃ নৰ্থইষ্ট নাও

অহা ১২ ছেপ্টেম্বৰৰ দিনা পুৱা ৫ বজাৰ পৰা পৰা সন্ধিয়া ৫ বজালৈকে এই বন্ধৰ আহ্বান জনোৱা হৈছে।

সংবাদমেলত শইকীয়াই গোৱালপাৰা, কোকৰাঝাৰ, ধেমাজি, বঙাইগাঁও আৰু ওদালগুৰিত প্ৰধানকৈ কোচ-ৰাজবংশী লোকৰ নাম বাদ পৰিছে বুলি জানিবলৈ দিয়ে।

ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা থকা সত্বেও দিয়া এই বন্ধই বিশেষ তাৎপৰ্য বহন কৰিছে।

আনহাতে, একেখন সংবাদমেলতে এনআৰচিত বহু বিদেশী লোকৰ নাম অন্তৰ্ভূক্ত হোৱা বুলিও শইকীয়াই অভিযোগ তোলে।

বিটিএডি অঞ্চলৰ পৰাও বহু কোচ-ৰাজবংশী লোকৰ নাম ৰাজনৈতিক ষড়যন্ত্ৰৰে বাদ দিয়াৰ শইকীয়াই গুৰুতৰ অভিযোগ তোলে।

Recent News

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd