• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি: ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি ১২ ঘণ্টীয়া বন্ধত স্তব্ধ জনজীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 6:10 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ পাথৰঘাট অঞ্চলত এগৰাকী মানসিকভাৱে প্ৰত্যাহ্বানগ্ৰস্ত মহিলাক ধৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই জঘন্য কাৰ্যৰ বিৰুদ্ধে দেওবাৰে বিশ্ব হিন্দু ফেডাৰেচনৰ কোকৰাঝাৰ জিলা সমিতিয়ে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ ফলত জিলাখনৰ স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।

পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱা এই বন্ধৰ ফলত জিলাখনৰ দোকান-পোহাৰ, বজাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকে। পথত ৰাজহুৱা পৰিবহণ সেৱা প্ৰায় নাছিল বুলিলেই চলে। শিক্ষানুষ্ঠান আৰু ব্যক্তিগত কাৰ্যালয়সমূহো বন্ধৰ ফলত প্ৰভাৱিত হয়। অৱশ্যে জৰুৰীকালীন সেৱা আৰু চিকিৎসা সেৱাক এই বন্ধৰ আওতাৰ পৰা মুক্ত ৰখা হৈছিল।

Apply Now

আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩’-ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ বজাৰ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত বৃহৎ পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাকৰ্মী মোতায়েন কৰা হৈছে। প্ৰশাসনে ছচিয়েল মিডিয়াত কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত পাথৰঘাট অঞ্চলত এই লজ্জাজনক ঘটনাটো সংঘটিত হয়। এগৰাকী মাউৰা আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক ফুচুলাই নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয় আৰু প্ৰতিবাদকাৰীসকলে কোকৰাঝাৰ-বিলাসীপাৰা পথ অৱৰোধ কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়।

আৰক্ষীয়ে জনোৱা মতে, ধুবুৰী জিলাৰ চাপৰৰ নিৱাসী ৰফিকুল ইছলাম নামৰ এজন শ্ৰমিকক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনে পাথৰঘাটৰ এটা নিৰ্মাণস্থলীত কাম কৰি আছিল। আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে আৰু যাৱতীয় চিকিৎসা তথা আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

প্ৰশাসনে জনাইছে যে বৰ্তমানলৈকে জিলাখনত কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা হোৱা নাই আৰু বন্ধ শান্তিপূৰ্ণভাৱে পাৰ হৈছে। আৰক্ষীয়ে গোচৰটো অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু দোষীয়ে উপযুক্ত শাস্তি পাব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd