• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৈছে কি? কাৰ্য্যবাহী দণ্ডাধীশক “প্ৰহাৰ” কোকৰাঝাৰ এছ পিৰ, এজাহাৰলৈ সাজু দুলাল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2019 9:13 pm
Kokrajhar SP allegedly manhandles district executive magistrate

দুলাল বৰাই ফাদিল কৰা চিচিটিভি ফুটিজ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত “বিভাগীয় শাস্তি”ত কনিষ্টবলৰ মৃত্যু, দৰঙত বুঢ়া চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগত অসম আৰক্ষী ভাৰাক্ৰান্ত হৈ থকাৰ মাজতে চৰ্চালৈ আহিছে কোকৰাঝাৰৰ এছ পিয়ে জিলা কাৰ্য্যবাহী দণ্ডাধীশক “প্ৰহাৰ” কৰাৰ ঘটনা।

আৰক্ষী অধীক্ষক ৰাজেন সিঙে জিলা কাৰ্য্যবাহী দণ্ডাধীশ শৈলেন দাসক কোকৰাঝাৰৰ কোনো এক হোটেলত প্ৰহাৰ কৰাৰ ভিডিঅ’ আৰ টি আই কৰ্মী দুলাল বৰাই ফাদিল কৰিছে।

Apply Now

ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াতো।

ফাদিল ভিডিঅ’টো যোৱা ৯ চেপ্তেম্বৰৰ নিশা প্ৰায় ১২ বজাত কোকৰাঝাৰৰ এক হোটেলত আয়োজিত এক পাৰ্টীত আৰক্ষী অধীক্ষক ৰাজেন সিঙে এচিএছ বিষয়া শৈলেন দাসক মাৰ-পিটৰ ভিজুৱেল-বন্দী হোটেলখনৰ চিচি টিভি কেমেৰাৰ। কাৰ্য্যবাহী দণ্ডাধীশজনে পিন্ধি থকা চাৰ্ট ফালি পেলোৱাৰ দৃশ্যও ভিডিঅ’টোত স্পষ্ট হৈ পৰিছে।

সেই চিচিটিভি ভিজুৱেলৰ আধাৰত শুকুৰবাৰে আৰ টি আই কৰ্মী দুলাল বৰাই তুলিছে কোকৰাঝাৰৰ ঘটনাটোৰ উচিত তদন্ত দাবী।

সংবাদমেলযোগে বৰাই অভিযোগ কৰি কয়, ‘সেই দিনা পাৰ্টীত জিলা কাৰ্য্যবাহী দণ্ডাধীশজনে আৰক্ষী অধীক্ষকগৰাকীক এটা গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে এই অনুৰোধ ৰক্ষা কৰাৰ বিপৰীতে দণ্ডাধীশজনক বুকুত ধৰি টানি পাৰ্টীৰ পৰা বাহিৰ কৰি দিয়াতে ক্ষান্ত নাথাকি কাণতলীয়া চৰ শোধাই ৰাজহুৱা স্থানত অপদস্থ কৰে। আনকি দণ্ডাধীশজনে পিন্ধি থকা চোলাটোও ফালি পেলাই আৰক্ষী অধীক্ষকগৰাকীয়ে।’

ইপিনে, এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে কাইলৈ অসম আৰক্ষীৰ চিআইডিত এজাহাৰ দিবলৈ সাজু হৈছে আৰটিআই কৰ্মীগৰাকী।

‘কাইলৈ পুৱা ১০ বজাত চিআইডিত এখন এজাহাৰ দাখিল কৰিম। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিম,’ তেওঁ কয়।

তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আহ্বান জনাই বৰাই কয়, ‘এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাটো তদন্ত কৰিব লাগে। অনতিপলমে কোকৰাঝাৰৰ পৰা ৰাজেন সিঙক বদলি কৰিব লাগে।’

ইপিনে, এই ঘটনাৰ পাছত এচিএছ এচছিয়েশ্বনৰ ভূমিকা লক্ষণীয় হ’ব বুলি মন্তব্য কৰি বৰাই লগতে কয়, ‘এজন এচিএছ বিষয়াক এইদৰে শাৰিৰীকভাৱে ৰাজহুৱা স্থানত অপদস্থ কৰা হ’ল, গতিকে এচিএছ এচছিয়েশ্ব্যনৰ এজন সদস্য হিচাপে তেওঁলোকে নিজাববীয়াকৈ চৰকাৰৰ ওচৰত এপিল কৰাটো বিচাৰিম।’

বৰাৰ এই গুৰুতৰ অভিযোগৰ পাছত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকগৰাকীক ফোনযোগে বাৰম্বাৰ যোগাযোগ কৰা হৈছিল যদিও তেওঁৰ পৰা কোনোধৰণৰ সঁহাৰি পোৱা নগ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd