• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , August 3, 2020 6:08 pm

1 min read

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস পালন

ফটো : নৰ্থ-ইষ্ট নাও

230
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিদ্দেশ মৰ্মে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিট প্ৰতাৰণা দিৱস কাৰ্যসূচী পালন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিদ্দেশ মৰ্মে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনি আলিত প্ৰতাৰণা দিৱস কাৰ্যসূচী পালন কৰে।

ৰাজ‍্যজুৰি বিজেপি চৰকাৰে বানপানীৰ সাহায্যৰ নামত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰাৰ প্ৰতিবাদত আজি কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ‍্যোগত কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিত কেইবাশ প্ৰতিবাদীয়ে চৰকাৰে প্ৰতাৰণা কৰা বিভিন্ন বিষয়ৰ প্ৰতিশ্ববি অংকিত পোছাক পিন্ধি কলিয়াবৰৰ কুঁৱৰীটোল তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে কিষাণ কংগ্ৰেছৰ অধ‍্য‌ক্ষ সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ, কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰা, পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ সভাপতি শৈলাস দাস, যুৱ কংগ্ৰেছৰ সভাপতি ইমৰান হুছেইন আৰু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী প্ৰদীপ বৰুৱা, প্ৰশান্ত শইকীয়াকে প্ৰমুখ্যে কৰি কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰৰ কেইবাশ কংগ্ৰেছৰ বিষয়-ববীয়াই অংশগ্ৰহণ কৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd