• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা-কোৰেগাঁও গোচৰৰ শুনানি স্থগিত ৰাখিলে তদন্ত আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2021 6:30 pm
Bhima-Koregaon Case
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভীমা- কোৰেগাঁও গোচৰৰ অনুসন্ধান কৰি থকা তদন্ত আয়োগে ৰাজ্য চৰকাৰক জনাইছে যে চৰকাৰে গোচৰটোৰ তদন্ত চলাবলৈ মুম্বাইত উপযুক্ত আৱাস প্ৰদান নকৰালৈকে তেওঁলোকে সকলো নিৰ্ধাৰিত শুনানি স্থগিত ৰাখিছে।

দুই সদস্যৰ আয়োগৰ নেতৃত্ব দিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জে এন পেটেল।

আয়োগৰ অধিবক্তা আশীষ সতপুতে সোমবাৰে কয় যে পেনেলখনে বৰ্তমান মুম্বাইৰ ৰাজ্যিক তথ্য আয়োগৰ কাৰ্যালয়ৰ চৌহদৰ পৰা কাম কৰি আছে। যিহেতু ঠাইখন সৰু, সেয়েহে ক’ভিদ-১৯ ৰ নিয়ম অনুসৰণ কৰাটো কঠিন হৈ পৰে।

ৰাজ্যৰ মুখ্য সচিব আৰু অন্যান্য চৰকাৰী বিষয়াসকলক সম্বোধন কৰি ৩১ অক্টোবৰৰ এখন পত্ৰত আয়োগৰ সচিব ভি ভি পালনিটকাৰে কয় যে আয়োগে চৰকাৰক অতি সোনকালে মুম্বাইত উপযুক্ত বাসস্থান প্ৰদান কৰিবলৈ অনুৰোধ জনাই আহিছে।

আয়োগে চৰকাৰক ৮ ৰ পৰা ১২ নৱেম্বৰ, ২০২১ লৈ অনুসূচীত প্ৰস্তাৱিত শুনানিৰ বিষয়ে অৱগত কৰিছিল- ইয়াত কোৱা হৈছিল।

২৮ অক্টোবৰ তাৰিখৰ বৈঠকত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ জে এন পেটেলে গৃহ বিভাগৰ প্ৰধান সচিবক বিষয়টো পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থাপন কৰিবলৈ আৰু উপযুক্ত বাসস্থান প্ৰদানৰ পৰামৰ্শ দিয়ে। এইটোও স্পষ্ট কৰা হৈছিল যে যদি ২৯ অক্টোবৰ, ২০২১-ৰ ভিতৰত উপযুক্ত আৱাস প্ৰদান কৰা নহয়, আয়োগে ইয়াৰ শুনানিৰ সময়সূচী স্থগিত ৰাখিব।” পত্ৰখনত কোৱা হৈছে।

Apply Now

দুৰ্ভাগ্যবশতঃ আয়োগে ৩১ অক্টোবৰ, ২০২১ লৈকে চৰকাৰৰ পৰা উপযুক্ত বাসস্থান উপলব্ধ হোৱাৰ বিষয়ে কোনো বাৰ্তা পোৱা নাই। সেয়েহে আয়োগৰ সন্মুখত আন কোনো বিকল্প নাই। কিন্তু চৰকাৰে ইয়াক উপযুক্ত বাসস্থান প্ৰদান নকৰালৈকে শুনানিৰ সময়সূচী স্থগিত ৰখা হ’ব।- পত্ৰখনত উল্লেখ কৰা হৈছে।

ৰাজ্যখনত আৰোপ কৰা ক’ভিদ-১৯ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১৪ মাহৰ ব্যৱধানৰ পিছত তদন্ত পেনেলে এই বছৰৰ আগষ্টত গোচৰটোৰ শুনানি পুনৰ আৰম্ভ কৰিছিল।

১৮১৮ চনৰ যুদ্ধৰ দ্বিশতবৰ্ষ উদযাপনৰ সময়ত ১ জানুৱাৰী, ২০১৮ তাৰিখে কোৰেগাঁও ভীমা স্মাৰকৰ ওচৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

উল্লেখ্য যে ভীমা-কোৰেগাঁও যুদ্ধৰ বিজয়ক দলিতসকলে পুৰণি ব্ৰাহ্মণ্যবাদী শৃংখলাৰ পৰাজয়ৰ প্ৰতীক হিচাপে স্মৰণ কৰে।

পুনে আৰক্ষীয়ে দাবী কৰিছিল যে ৩১ ডিচেম্বৰ, ২০১৭ তাৰিখে পুনেৰ এলগাৰ পৰিষদ সন্মিলনত এদিন আগতে দিয়া উচতনিমূলক মন্তব্যৰ পৰিপ্ৰেক্ষিতত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পাছতে উচতনিমূলক ভাষণ দিয়া আৰু মাওবাদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কেইবাজনো সমাজকৰ্মী, সাহিত্যিক, অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মাজৰে বুদ্ধিজীৱী ষ্টেন স্বামীৰ ইতিমধ্যে কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে।

তদন্ত আয়োগক ৰাজ্য চৰকাৰে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ একাধিকবাৰ সময় দিছিল যদিও বৰ্তমানলৈকে প্ৰতিবেদন দাখিল কৰা নাই আয়োগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd