• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৱা ২৪ ঘণ্টাত ভাৰতৰ ৫২ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 1:51 pm

1 min read

-coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

214
VIEWS
Share on FacebookShare on Twitter

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দৈনিক ৪০-৪৫ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৫২,১২৩ হাজাৰ লোক আক্ৰান্ত হৈছে। এইটো হৈছে এটা দিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।

আনহাতে কালিৰ দিনটোত ক’ৰ’নাৰ ফলত দেশত ৭৭৫ গৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্যই পুনৰ এইটোকে প্ৰমাণ কৰিছে যে ক’ৰ’নাৰ সংহাৰ ভাৰতত চৰম পৰ্যালয়ৈ গতি কৰিছে।

উল্লেখ্য যে দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ১৫ লাখ ৮৩ হাজাৰ ৭৯২। আনহাতে সৰ্বমুঠ ৩৪ হাজাৰ ৯৬৮ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

মুঠ আক্ৰান্তৰ ১০ লাখ ২০ হাজাৰ ৫৮২ গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৫ লাখ ৬৩ হাজাৰ ২১০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

ক’ৰ’না সংক্ৰমিতৰ সংখ্যাৰে ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে যদিও ভাৰতৰ বাবে এটাই ভাল খবৰ যে আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হৈ উঠাৰ সংখ্যা সৰ্বাধিক।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd