DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 8:33 pm
Krishna Janmabhoomi case
126
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘকাল ধৰি চলি অহা ৰাম মন্দিৰ-বাবৰি মছজিদ বিতৰ্কৰ অৱসানৰ পিছত এইবাৰ হিন্দুত্ববাদী মহলে দেশত নতুনকৈ উত্থান ঘটাইছে কৃষ্ণ জনমভূমি মথুৰা বিতৰ্ক।

সম্প্ৰতি দেশত হিন্দুত্ববাদীৰ পৃষ্ঠপোষকতাত মুছলমানসকলৰ উপাসনাথলী মছজিদত হিন্দু উপাস্য দেৱ-দেৱীৰ মন্দিৰৰ অৱশিষ্ট উদ্ধাৰৰ এক পৰম্পৰা গা কৰি উঠিছে। বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীয়ে ইতিমধ্যেই দেশৰ বাতাৱৰণ অস্থিৰ কৰি তুলিছে।

তেনে সময়তে এইবাৰ হিন্দুৰ উপাস্য কৃষ্ণ জন্মভূমি বুলি বিশ্বাস কৰা মথুৰাৰ এটা মছজিদক কেন্দ্ৰ কৰি চৰম হিন্দুত্ববাদী মহলে আন এক বিতৰ্ক থিয় কৰাইছে। ভগৱান কৃষ্ণৰ জন্মস্থান এই মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰি মছজিদ আঁতৰ কৰাবলৈ দাবী তোলা হৈছে।

কৃষ্ণ জন্মভূমি মথুৰাৰ পৰা শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ দাবী জনাই হিন্দুত্ববাদী একাংশ লোকে আদালতত আবেদন দাখিলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে মথুৰা আদালতে।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ এখন অসামৰিক আদালতে এই বিষয়ত দাখিল কৰা এক আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে আবেদনকাৰীসকলে আদালতৰ পূৰ্বৰ ৰায়ক প্ৰত্যাহ্বান জনাই মথুৰা আদালতত পুনৰীক্ষণ আবেদন জনোৱা হৈছিল।

যোগ্যতাৰ ভিত্তিত এই গোচৰৰ শুনানি গ্ৰহণৰ পৰামৰ্শ দি মথুৰা আদালতে অসামৰিক আদালতলৈ ঘূৰাই পঠোৱা হৈছে। অহা ২৬ মে’ৰ পৰা পুনৰ শুনানি আৰম্ভ হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে।

আনহাতে মথুৰাৰ এখন আদালতে আজি কৃষ্ণ জন্মভূমি-শাহি ইদগাহ মছজিদ বিবাদ গোচৰৰ ৰায় ১৯ মে’ৰ বাবে সংৰক্ষিত ৰাখিছিল।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd