• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰো : কুলধৰ শইকীয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2020 6:36 pm

1 min read

Kuladhar Saikia

কুলধৰ শইকীয়া

3.5k
VIEWS
Share on FacebookShare on Twitter

২ জানুৱাৰিত অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱা অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতা কৰো বুলি মন্তব্য কৰে।

শুকুৰবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত শইকীয়াই নাগৰিকত্ব (সংশোধনী) আইন সম্পৰ্কত নিজৰ মত প্ৰকাশ কৰে।

‘‘মই ‘কা’ৰ বিৰোধিতা কৰো। আইনখনৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদ মই দেখিছো আৰু ইয়াৰ বাৰ্তা বিশাল আৰু স্পষ্ট,’’ তেওঁ লগতে কয়।

অসমৰ বিশিষ্ট সাহিত্যিক সকলৰ মাজত অন্যতম কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ ১০৩ সংখ্যক সভাপতি হিচাপে নিৰ্বাচিত হৈছে।

অসমত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ তুংগত উঠাৰ সময়ত অসম সাহিত্য সভায়ো আইনখনৰ বিৰুদ্ধে ভালেকেইটা প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছিল।

আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসম আৰক্ষীক সফলভাৱে নেতৃত্ব দিয়া কুলধৰ শইকীয়া চুটি গল্পৰ বাবে অসমীয়া সাহিত্য অনুৰাগীৰ মাজত এটা চিনাকী নাম।

‘আকাশৰ ছবি আৰু অন্যান্য’ শীৰ্ষক গ্ৰন্থৰ বাবে কুলধৰ শইকীয়াক ২০১৫ চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd