• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানৰ এখন ভৌতিক গাঁও,য’ত ঘৰ-দুৱাৰ সকলো আছে কিন্তু নাথাকে কোনো মানুহ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 7:11 am
SONY DSC
647
VIEWS
Share on FacebookShare on Twitter

বিশ্বত বহু অলৌকিকতাৰে পৰিপূৰ্ণ অঞ্চল থকাৰ দৰে ভাৰততো এনে বহু ঠাই আছে যিবোৰ ঠাইৰ ৰহস্য আজিও ভেদ হোৱা নাই।

ভাৰতৰ তেনে এখন আচহুৱা গাঁও হৈছে ৰাজস্থানৰ কুলধাৰা।

নানান অলৌকিক কাহিনীৰে ভৰি আছে এই গাঁওৰ ইতিহাস।

প্ৰায় ১৩ শতিকাতে স্থাপন কৰা কুলধাৰা গাঁওৰ ঘৰ-দুৱাৰ বোৰ আজিও সুন্দৰ ৰুপতেই আছে।

গাঁও খনৰ যি স্থানত মন্দিৰ সজা হৈছিল সেয়াও শ শ বছৰ ধৰি একে ৰুপতে আছে। সুন্দৰ ঘৰ বোৰৰ মাজেৰে সজা পথো প্ৰায় অক্ষত অৱস্থাতে আছে।কিন্তু আচৰিত কথাটো হ’ল শ শ বছৰ ধৰি গাঁও খনত কোনো এজন লোকেই বাস কৰা নাই।

সেয়ে সকলো থাকিও প্ৰাণশূন্য হৈ পৰি ৰৈছে এই গাঁওখন। আজিও তাত কোনো লোকে নিশা যাপন কৰাৰ সাহস গোটাব নোৱাৰে।

বহুতৰ মতে নিশা গাঁও খনত অদ্ভুত কেতবোৰ শব্দ শুনা যায়,ভাঁহি আহে কাৰোৱাৰ হুমুনিয়াহ।

১৩ শতিকাৰ এই গাঁওখনত বাস কৰিছিল পালিৱাল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে। গাঁও খনৰ শাসকে গাঁওখনৰ বাসিন্দা সকলৰ ওপৰত নানান নিৰ্যাতন চলাইছিল। এবাৰ গাঁওখনৰ মুখীয়ালৰ কন্যাৰ ওপৰত চকু দিছিল শাসকে।

ইয়াৰ পিছতে এদিন হঠাতে গাঁওখনৰ লোক সকল নোহোৱা হৈ পৰিছিল।

তেওঁলোক ক’লৈ গ’ল সেয়া  কোনেও ক’ৱ নোৱাৰে। তেতিয়াৰে পৰাই অভিশপ্ত হৈ পৰা গাঁওখনত কোনো লোকেই গাস কৰিব পৰা নাই।

১৮৯৯ চনত ৰচিত লক্ষী চান্দৰ গ্ৰন্থ ‘তাৱাৰিখ-ই-জয়ছালমেৰ’ত উল্লেখ থকা মতে প্ৰায় ১৩৩৮ চনৰ পৰাই গাঁওখনত কোনো লোকে বাস কৰা নাই।

২০১০ চনত ৰাজস্থানৰ চৰকাৰে গাঁওখনলৈ পৰ্যটক যোৱাৰ অনুমতি দিয়ে।

অৱশ্যে কেৱল দিনৰ ভাগতহে পৰ্যটক যাব পাৰে এই গাঁওখনলৈ।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd