• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২০১১ বিশ্বকাপৰ ফাইনেল ফিক্স কৰাৰ অভিযোগত ছাংগাকাৰক ১০ ঘণ্টা জেৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 3, 2020 10:12 am

1 min read

২০১১ বিশ্বকাপৰ ফাইনেল ফিক্স কৰাৰ অভিযোগত ছাংগাকাৰক ১০ ঘণ্টা জেৰা
6.9k
VIEWS
Share on FacebookShare on Twitter

২০১১ এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলে বিজয় সাব্যস্ত কৰিছিল।

এই ঐতিহাসিক মেচখনৰ ৯ বছৰ পিছত শ্ৰীলংকাৰ তেতিয়াৰ খেল মন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে যে শ্ৰীলংকাই বিশ্বকাপৰ খিতাপ ভাৰতক বিক্ৰী কৰিছে।

এই অভিযোগৰ ভিত্তি কৰি শ্ৰীলংকা চৰকাৰে বৰ্তমান সত্যৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

বৃহস্পতিবাৰে প্ৰাক্ত অধিনায়ক কুমাৰ ছাংগাকাৰাক খেল মন্ত্ৰ্যালয়ত স্পেচিয়েল ইনভেষ্টিগেশ্যন য়ুনিটে ১০ ঘণ্টা জেৰা চলায়।

ইয়াৰ পূৰ্বে দলৰ মুখ্য নিৰ্বাচক অৰবিন্দা ডি ছিলভাকো জেৰা চলাইছিল।

উল্লেখ্য যে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী মহেন্দ্ৰানন্দ অলুথগামগেৰ অভিযোগৰ ভিত্তিতে এই তদন্ত অভিযান আৰম্ভ কৰিছে।

ইফালে এই অভিযোগৰ কোনো প্ৰমাণ নোহোৱাৰ পিছতো কিয় এনেদৰে মহান মহান প্ৰাক্তন ক্ৰিকটাৰ সকলক জেৰা চলাই থকা হৈছে বুলি ইতিমধ্যে বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে, ২০১১ বিশ্বকাপৰ অধিনায়ক ছাংগাকাৰা আৰু মহান বেটছমেন মহেলা জয়বৰ্ধনে প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী ৰাকীয়ে কৰা অভিযোগৰ প্ৰমাণ বিচাৰিছিল।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd