• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুবাদ সাহিত্যৰ নিৰৱ সাধক কুমুদ বৰাৰ মৃত্যুত ম্ৰিয়মান সাহিত্যানুৰাগী

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
February 24, 2022 8:14 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৩ ফেব্ৰুৱাৰী তাৰিখে অসমীয়া সাহিত্য ক্ষেত্ৰ খনৰ এগৰাকী নিৰৱ সাধক কুমুদ বৰাৰ ৮৫ বছৰ বয়সত বিয়োগ ঘটে ।

১৯৩৭ চনৰ চৈধ্য ডিচেম্বৰত জন্ম লাভ কৰা কুমুদ বৰা এসময়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ এগৰাকী বিষয়া আছিল । পৰিবহন নিগমৰ সংমণ্ডল অধীক্ষক ৰূপে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা কুমুদ বৰাই চৰকাৰী চাকৰি কৰি থকাৰ সময়ৰে পৰা অসমীয়া সাহিত্য চৰ্চাও অব্যাহত ৰাখিছিল ।

Apply Now

সামাজিক তথা চাকৰি জীৱনত তেওঁ এগৰাকী অতি সৰল আৰু অমায়িক ব্যক্তি হিচাপে সকলোৰে মাজত জনপ্ৰিয় আছিল ।

এসময়ত নগাঁৱৰ অতি জনপ্ৰিয় সাহিত্য অনুষ্ঠান ‘কলংপৰীয়া আলোচনা চক্ৰৰো’ তেওঁ এগৰাকী অন্যতম গুৰি ধৰোতা আছিল । এক দীঘলীয়া সময় এই অনুষ্ঠানটিক নেতৃত্ব দিছিল কুমুদ বৰাই । অসমীয়া সাহিত্য ক্ষেত্ৰ খনত তেওঁ পৰিচিত আছিল এগৰাকী কবি, গীতিকাৰ, গদ্য লেখক ,নাট্যকাৰ তথা গ্ৰন্থ সমালোচক ৰূপে ।

তেখেতৰ প্ৰকাশিত গ্ৰন্থ সমূহৰ ভিতৰত কবিতা সংকলন ‘ক্ৰান্তিকাল’, প্ৰৱন্ধ সংকলন ‘চিন্তা বিবিধা’, আৰু ইভান টুৰ্গেনিভৰ ‘Father And Son’s’ৰ অসমীয়া অনুবাদ ‘পিতা পুত্ৰ’ উল্লেখযোগ্য । ইয়াৰ উপৰি তেওঁৰ বহু কেইখন জনপ্ৰিয় নাটক অসমৰ বিভিন্ন মঞ্চত মঞ্চায়ন কৰা হৈছিল ।

অসমৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকত- আলোচনীত তেওঁৰ  বহু কবিতা আৰু আৰু অসংখ্য প্ৰৱন্ধ প্ৰকাশ পাইছিল।

সৃষ্টিশীল সাহিত্যৰ জৰিয়তে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰাৰ বাবে তেওঁক  ২০১১ চনত কলংপৰীয়া আলোচনা চক্ৰৰ সোণালী জয়ন্তী বৰ্ষত প্ৰদান কৰা হৈছিল ‘কলংপৰীয়া সাহিত্য বটা ‘ ।

ইয়াৰ উপৰিও ২০১৭ চনত নগাঁও জিলা মহিলা সমিতিৰ শতৰ্বষপূৰ্তি অনুষ্ঠানত অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বিশেষ সম্বৰ্ধনা জনোৱা হৈছিল ।

তেখেতৰ বহুল সমাদৃত অনুবাদ উপন্যাস ‘পিতা পুত্ৰ’ অসমীয়া অনুবাদ সাহিত্যৰ এক উল্লেখযোগ্য গ্ৰন্থ ৰূপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে । তেওঁৰ বিয়োগ অসমৰ সাহিত্য ক্ষেত্ৰ খনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাবে পৰিগণিত হৈছে ৷

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd