• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ বিনামূলীয়া চচমা প্ৰদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 13, 2018 5:25 pm

1 min read

বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ বিনামূলীয়া চচমা প্ৰদান
1.1k
VIEWS
Share on FacebookShare on Twitter

বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি বোকাখাত নাট্য মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত জিলাখনৰ ২০০ গৰাকী ১৮ বছৰৰ ঊৰ্ধ্বৰ আৰু ৬০ বছৰৰ অনূৰ্ধ্বৰ মহিলাক বিনামূলীয়াকৈ চচমা প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰ, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ পত্ৰিকা সম্পাদক সুৱৰ্ণ শইকীয়া বৰদলৈ আৰু পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া উপস্থিত থাকে।

সংগঠনটোৰ জিলা সভাপতি দেবচন্দন বৰাই আঁত ধৰা এই অনুষ্ঠানত বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিৰ ঋতুঞ্জয় তামুলী, অমৃত গগৈ, বিৰাজ ফুকন আৰু মানস ভূঞা উপস্থিত থাকে।

আনহাতে আজিৰ অনুষ্ঠানটোতে বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিয়ে বোকাখাতৰ স্থানীয় সাংবাদিকসকলক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনায়।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd