• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা যুদ্ধক্ষেত্ৰত ভাৰতে মোতায়েন কৰিলে T-90 ভীষ্ম টেংক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 27, 2020 5:12 pm

1 min read

tank
372
VIEWS
Share on FacebookShare on Twitter

শীত ক্ৰমাৎ আগুৱাই আহিছে।

বছৰৰ বাৰটা মাহেই বৰফেৰে ঢাক খাই থকা লাডাখৰ বৰণৰ আৱৰণ আৰু অধিক ডাঠ হৈ পৰিছে।

কিন্তু শীতল বৰফে আগুৰা লাডাখৰ পৰিস্থিতি এতিয়া উত্তপ্ত হৈয়েই আছে।

শীতৰ সুযোগ লৈ চীনৰ সেনাই ভাৰতীয় সেনাৰ ওপৰত পুনৰ প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰিয়েই বিশ্বৰ সৰ্বোচ্চ স্থানত থকা লাডাখৰ যুদ্ধ ক্ষেত্ৰত ভাৰতে মোতায়েন কৰিছে ৬ খনকৈ  T-90 ভীষ্ম টেংক।

এই টেংকৰ বিশেষত্ব এয়াই যে টেংক খনে বৰফেই হওঁক বা বালিয়েই হওঁক যিকোনো বাধা ওফৰাই গতি কৰিব পাৰে।

ভাৰতীয় সেনাৰ হাতত থকা গধুৰ ওজনৰ টেংক সমূহৰ ভিতৰত T-90 ভীষ্ম টেংক অন্যতম।

কেৱল সেয়াই নহয়, ভাৰতে লাডাখৰ সুউচ্চ স্থানত সাজু কৰি ৰাখিছে আন কেইবাখনো ৭২ টেংক।

ইয়াৰ বিপৰীতে চীনে উক্ত অঞ্চলত ৰাখিছে ১৫ খন লঘু ওজনৰ টেংক।

ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে শীতৰ সময়ত লাডাখ ৰ পৰিবেশ  আৰু অধিক ভয়াৱহ হৈ পৰিব।

শীত আৰু বৰফৰ ধুমুহাই অঞ্চলটোত থাকিব নোৱাৰা পৰিবেশৰ সৃষ্টি কৰিব।

সেইবাবেই সেনাই লাডাখৰ শিবিৰ সমূহত পৰ্যাপ্ত খাদ্য আৰু ইন্ধন মজুত কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd