• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনা সৈন্যৰ পৰা মুক্ত হ’ব নেকি লাডাখৰ গাৱলান উপত্যকা! : কি ক’লে ভাৰতীয় সেনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 4:44 pm
index
25.8k
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাৰ পৰা সৈন্য বাহিনী পিছুৱাই নিছে চীনে। ভাৰতীয় সেনা সূত্ৰই প্ৰকাশ কৰিছে এই কথা।

ভাৰতীয় সেনাৰ সূত্ৰৰ মতে বুধবাৰে চীনে গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ প্ৰায় সম্পূৰ্ণ কৰিছে।

অৱশ্যে চীন সেনাৰ এটা পেট্ৰিলং পইণ্টহে উঠাই নিবলৈ এতিযাও বাকী আছে। ভাৰতীয় সেনা সূত্ৰৰ অনুসৰি কাইলৈ চীনে উক্ত পেট্ৰিলং পইণ্টটো উঠাই নিয়াৰ কথা।

ইয়াৰ লগে লগে গালৱান উপত্যকাৰ পৰা দুয়োপক্ষৰে সেনা প্ৰত্যাহাৰ সম্পূৰ্ণ হ’ব।

সেনা সূত্ৰৰ মতে গালৱান উপত্যকাৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰিলেও পাংগং হ্ৰদ অঞ্চলৰ ফিঙ্গাৰ পইণ্টসমূহৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰা নাই।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা(এন এছ এ) অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্রীৰ সৈতে হোৱা ভিডিঅ’ বৈঠকত ২ কিলোমিটাৰ বাফাৰ জ’ন এলেকাত কোনো দেশেৰে সৈন্য থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ইয়াৰ পিছতে চীনে গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰে।

উল্লেখ্য যে উক্ত অঞ্চলতে ১৫ জুনত দুয়োপক্ষৰ সৈন্যৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰ সংঘটিত হৈছিল, য’ত ২০ জনকৈ ভাৰতীয় সৈন্য নিহত হৈছিল।

ইফালে গোগৰা অঞ্চলৰ পৰাও চীনে সেনা প্ৰত্যাহাৰ কৰিছে বুলি জনাইছে ভাৰতীয় সেনাই।

অহা বৃহস্পতিবাৰে উক্ত অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ কাম সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দেওবাৰে চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে  হোৱা এন এছ এ ডোভালৰ বৈঠকত গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মত হ’লেও পাংগং অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰ কোনো আশ্বাস দিয়া নাছিল চীনে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd