• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘লাডলী বেহেন’ আঁচনিৰ খৰচৰ জোৰা মাৰিবলৈ ঋণৰ জালত বিজেপি শাসিত মধ্যপ্ৰদেশ চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2026 1:52 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ চৰকাৰে ‘লাডলী বেহেন যোজনা’ৰ অধীনত মধ্যপ্ৰদেশৰ ১.২৯ কোটি মহিলাৰ একাউণ্টলৈ প্ৰায় ১২ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল। সেই সময়ত এই পদক্ষেপে আলোড়নৰ সৃষ্টি কৰিছিল যদিও এতিয়া আঢ়ৈ বছৰৰ পাছত সেয়া ধৰি ৰাখিবলৈ সংগ্ৰাম কৰিব লগা হৈছে।

শুকুৰবাৰে নৰ্মদাপুৰমত অনুষ্ঠিত ‘লাডলী বেহেন’ সন্মিলনত বৰ্তমানৰ মুখ্যমন্ত্ৰী মোহন যাদৱে যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ ১.২৫ কোটি হিতাধিকাৰীৰ একাউন্টত আঁচনিৰ ১৮৩৬ কোটি টকা হস্তান্তৰ কৰে। কিন্তু প্ৰকল্পটোৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ চৰকাৰৰ কোষাগাৰত ঋণৰ পৰিমাণ বৃদ্ধি পাই গৈছে।

Apply Now

এই পৰ্যন্ত ৰাজ্য চৰকাৰে ‘লাডলী বেহেন’ যোজনাৰ বাবে মুঠ ৪৮,৬৩২ কোটি টকা ব্যয় কৰিছে। যিহেতু প্ৰকল্পটোৰ মাহিলী ব্যয় ১৫৪০ কোটিৰ পৰা ১৮৫০ কোটি টকা, গতিকে ২০২৬-২৭ বিত্তীয় বৰ্ষত কেৱল এই আঁচনিৰ বাবে প্ৰায় ২২,৬৮০ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে যোৱা দুবছৰত দৈনিক গড়ে ১২৫ কোটি টকা ঋণত পৰি লাডলী বেহেনৰ নামত মধ্যপ্ৰদেশৰ ঋণৰ বোজা ৪,৬৪,৩৪০ কোটি টকা হৈছেগৈ! যিটো ৰাজ্যৰ মুঠ বাৰ্ষিক বাজেটতকৈ ৪৩ হাজাৰ কোটি টকা বেছি!

প্ৰথমে মাহেকীয়া ভাট্টা ১১০০ টকাৰে আৰম্ভ কৰা হৈছিল যদিও যোৱা বছৰ দেৱালীৰ সময়ত এই আঁচনিখন ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছিল। পুনৰ প্ৰতিশ্ৰুতি দিয়া হ’ল যে ভাট্টাৰ ৰাশি ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। কিন্তু মহিলাৰ বিকাশৰ বাবে লোৱা এই পদক্ষেপ এতিয়া ৰাজ্য চৰকাৰৰ বাজেটৰ অন্যতম বোজা। কিন্তু ভাট্টা ৰাশি বৃদ্ধি কৰাৰ পাছতো যোৱা দুবছৰত কমিছে ‘বেহেন’ৰ সংখ্যা।

প্ৰকল্পটো আৰম্ভ হোৱাৰ সময়ত এই সংখ্যা আছিল ১ কোটি ২৯ লাখ, ২০২৩ চনৰ অক্টোবৰ মাহত ১ কোটি ৩১ লাখ হ’ল যদিও বৰ্তমান ১ কোটি ২৫ লাখ গ্ৰাহকে এই সেৱা ব্যৱহাৰ কৰি আছে। দেখা গৈছে যে বিগত ৩০ মাহত প্ৰায় ৫৭ লাখ মহিলা এই আঁচনিৰ পৰা বাদ পৰিছে। ইয়াৰে ১.৫ লাখ হিতাধিকাৰীয়ে ৬০ বছৰৰ সীমা অতিক্ৰম কৰিছে। ইপিনে চৰকাৰে পুনৰ আঁচনিৰ পঞ্জীয়ন প্ৰক্ৰিয়া বন্ধ কৰি দিছে।

আঁচনিৰ ধন কোনে দিব? বিশেষজ্ঞ মহলৰ এক প্ৰশ্নৰ উত্তৰত তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিছিল, “এয়া কোনো চৰকাৰী আঁচনি নহয়, এয়া এক আন্দোলন।” ইয়াৰ পিছতে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশে বিজেপিৰ এক আচৰিত বিজয়ৰ সাক্ষী হৈ পৰিছিল। কিন্তু ৩০ মাহৰ ভিতৰতে সেই ‘আন্দোলন’ৰ খৰচৰ ভৰত উৱাদিহ নোপোৱা অৱস্থাত পৰিছে বিজেপি চৰকাৰখনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd