• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত উৰুকাৰ বজাৰ কৰিব গৈ পথ দুৰ্ঘটনাত মৃত্যু শিক্ষয়িত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
মঙলদৈ , January 13, 2020 6:11 pm

1 min read

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

5.4k
VIEWS
Share on FacebookShare on Twitter

ভোগালী বিহুৰ প্ৰস্তুতিৰ আনন্দৰ মাজতে মঙলদৈত চহৰত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষয়ত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা শিক্ষয়্ত্ৰী গৰাকী মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ পুৰ্ণিমা ডেকা(৫০)বুলি চিনাক্ত কৰা হয়।

পুৰ্ণিমা ডেকাই দেওগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত আছিল।

সোমবাৰে দুপৰীয়া মঙলদৈ চহৰৰ ভূপেন হাজৰিকা সোঁৱৰণি উদ্যানৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীয়ে উঠি অহা এ এছ জে-৬৮৫২ নম্বৰৰ স্কুটিখনত সেনাবাহিনীৰ কনভয়ৰ এখন গাড়ীয়ে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত স্কুটিখন চলাই অহা শিক্ষয়িত্ৰীগৰাকীৰ সম্বন্ধীয় ব্যক্তি গৰাকী আঘাতপ্ৰাপ্ত হয় যদিও পাছফালে উঠি অহা পুৰ্ণিমা ডেকাই মৃত্যুক সাবতিবলগীয়া হয়।

দুয়ো উৰুকাৰ বাবে বজাৰ কৰি ঘৰলৈ উভতি আহি থকাৰ সময়তে দুৰ্ঘটনাৰ সন্মুখিন হয়।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা সেনা বাহিনীৰ বাহনখন জব্দ কৰিছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd