• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বাচনৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত! লখিমপুৰত ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:25 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই শুকুৰবাৰে পুৱতি নিশা উত্তৰ লখিমপুৰস্থিত আগশাৰীৰ অসমীয়া দৈনিক কাকত ‘অসমীয়া প্ৰতিদিন’ৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তই এক আক্ৰমণ সংঘটিত কৰে। কাৰ্যালয়টোলৈ লক্ষ্য কৰি কৰা শিলাবৃষ্টিৰ ফলত বিস্তৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয় যদিও কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নিশাৰ অন্ধকাৰত হোৱা এই আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে কাকতখনৰ উত্তৰ লখিমপুৰৰ কাৰ্যালয়টোত অতৰ্কিতে আক্ৰমণ চলাই চৌহদত নিৰন্তৰ শিলগুটি নিক্ষেপ কৰে। ইয়াৰ ফলত অট্টালিকাটোৰ একাংশ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ভিতৰৰ সা-সঁজুলিৰ বিস্তৰ ক্ষতিসাধন হয়। অৱশ্যে, এই আক্ৰমণৰ সময়ত কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীসকল সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। কাকতখনৰ কৰ্তৃপক্ষৰ মতে, তেওঁলোকৰ নিৰপেক্ষ আৰু আপোচবিহীন সম্পাদকীয় নীতিয়ে একাংশ লোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাৰ পৰিণতিস্বৰূপেই এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও আক্ৰমণৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য স্পষ্ট হোৱা নাই।

Apply Now

উল্লেখযোগ্য যে, শেহতীয়াকৈ কাকতখনক লক্ষ্য কৰি সংঘটিত হোৱা এয়া প্ৰথমটো ঘটনা নহয়। যোৱা ২৫ মাৰ্চত শিৱসাগৰ জিলাতো দুৰ্বৃত্তই ‘অসমীয়া প্ৰতিদিন’ৰ বিতৰণৰ বাবে নিয়া এখন বাহন আৱদ্ধ কৰি কাকতসমূহ কাঢ়ি নি পথৰ মাজতে জ্বলাই দিছিল। এনেদৰে এটাৰ পাছত এটাকৈ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে সংবাদ মাধ্যমৰ নিৰাপত্তা আৰু প্ৰেছৰ স্বাধীনতাক লৈ সচেতন মহলৰ মাজত তীব্ৰ উদ্বেগ প্ৰকাশ পাইছে। উত্তৰ লখিমপুৰৰ এই শেহতীয়া ঘটনাটোক বিভিন্ন দল-সংগঠন তথা ৰাইজে কঠোৰ ভাষাৰে গৰিহণা দিছে।

ইতিমধ্যে ‘অসমীয়া প্ৰতিদিন’ৰ লখিমপুৰ সংস্কৰণৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনা সন্দৰ্ভত খেলমাটি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd