• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰত বাতিল ললিত মোদীৰ পাছপ’ৰ্ট! গভীৰ সংকটত আইপিএলৰ পিতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 3:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ভানুআটু-এ বাতিল কৰিলে আইপিএলৰ পিতৃ ললিত মোদীৰ পাছপ’ৰ্ট। প্ৰধানমন্ত্ৰী জোথাম নাপাটে ললিতৰ পাছপ’ৰ্ট বাতিলৰ নিৰ্দেশ দিছে। কিছুদিন পূৰ্বে ললিতে ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিবলৈ লণ্ডনত থকা ভাৰতীয় দূতাবাসত আবেদন জনায়। ইফালে ভানুআটুৱে তেওঁৰ পাছপ’ৰ্ট বাতিল কৰে।

ভানুআটুৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কোনোবাই প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ আন দেশৰ পৰা নাগৰিকত্ব বিচাৰে তেন্তে ইয়াক বৈধ কাৰণ বুলি গণ্য কৰা নহ’ব।

Apply Now

আইপিএলৰ শীৰ্ষত থকাৰ সময়তে ললিতৰ বিৰুদ্ধে বিপুল আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বহু পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। ২০১০ চনত ললিতে ভাৰত এৰি থৈ যায়। তেতিয়াৰ পৰাই তেওঁ লণ্ডনত আছে। বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে ললিতক ঘূৰাই পঠিয়াব পৰা নগ’ল। পশ্চিম বংগৰ কয়লা সৰবৰাহৰ গোচৰৰ অন্যতম অভিযুক্ত যুৱ তৃণমূলৰ প্ৰাক্তন নেতা বিনয় মিশ্ৰও পলাতক হৈ আছে। ভানুআটুৰ নাগৰিকত্ব লৈছে। শেহতীয়াকৈ ললিতেও পাইছে। সূত্ৰ অনুসৰি ভানুআটুত তেওঁৰ পাছপ’ৰ্ট বাতিলৰ আঁৰত নিউজিলেণ্ডকে ধৰি কেইবাখনো দ্বীপ ৰাষ্ট্ৰই আছে। নিউজিলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নীতা ভূষনে ললিতৰ পাছপ’ৰ্ট বাতিল কৰাৰ উদ্যোগ লৈছিল।

যোৱা ৭ মাৰ্চত ললিতে ললিতে নিজৰ ভাৰতীয় পাছপ’ৰ্ট ঘূৰাই দিবলৈ লণ্ডনৰ দূতাবাসলৈ অনুৰোধ জনায়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই খবৰ নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ললিত মোদীয়ে পাছপ’ৰ্ট জমা দিবলৈ অনুৰোধ জনাইছে। আবেদনখন পুনৰীক্ষণ কৰা হ’ব। তেওঁ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। সেই দিশটোকো আমি চাব লাগিব। বিগত এটা দশকত প্ৰচেষ্টা চলাইছে যদিও বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ললিতৰ ওচৰলৈ যাব পৰা নাই। নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ললিতৰ বিৰুদ্ধে তদন্ত স্থবিৰ হৈ পৰা বুলি বিৰোধী শিবিৰৰ অভিযোগ। তেওঁক প্ৰত্যাৰ্পণ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ভানুআটুৰ পাছপ’ৰ্ট বাতিল হোৱাৰ পাছত ললিতৰ ভৱিষ্যতক লৈ নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd