• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰজেডিৰ সভাপতি হিচাপে ত্ৰয়োদশ কাৰ্যকালৰ বাবে মনোনয়ন দাখিল লালু প্ৰসাদ যাদৱৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 23, 2025 5:19 pm
187
VIEWS
Share on FacebookShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে সোমবাৰে ত্ৰয়োদশ কাৰ্যকালৰ বাবে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে।

তেওঁৰ সৈতে তেওঁৰ পুত্ৰ তথা বিৰোধী দলপতি তেজস্বী যাদৱ, পত্নী ৰাবৰি দেৱী, কন্যা মিছা ভাৰতীকে ধৰি কেইবাজনো দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে।

পাটনাস্থিত আৰজেডিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বৃহৎ সংখ্যক দলীয় কৰ্মী সমবেত হয়, য’ত তেওঁলোকে কাৰ্যালয়ৰ ভিতৰত আৰু বাহিৰত “লালু যাদৱ জিন্দাবাদ” ধ্বনিৰে প্ৰতিধ্বনিত হৈ এক উৎসৱমুখৰ আৰু আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেজস্বী যাদৱে পিতৃৰ পুনৰ মনোনয়ন লাভক লৈ আনন্দ প্ৰকাশ কৰে।

উল্লেখ্য যে লালু প্ৰসাদ যাদৱে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে ইতিমধ্যে ১২টা কাৰ্যকাল সম্পূৰ্ণ কৰিলে, আৰু এতিয়া তেওঁ ১৩ সংখ্যক কাৰ্যকালৰ বাবে আবেদন জনাইছে।

দলীয় সূত্ৰৰ মতে, দুপৰীয়া ২ বজাৰ সময়সীমা পৰ্যন্ত এই পদৰ বাবে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাছিল, যাৰ ফলত লালু প্ৰসাদ যাদৱৰ পুনৰ নিৰ্বাচন প্ৰায় নিশ্চিত হৈ পৰিছে। অনুষ্ঠানিক ঘোষণা অহা ৫ জুলাইত কৰা হ’ব।

Recent News

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

জেকলিন ফাৰ্ণাণ্ডেজে বলীউডৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি ? আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হৈছে অভিনেত্ৰীগৰাকী

জেকলিন ফাৰ্ণাণ্ডেজে বলীউডৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি ? আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হৈছে অভিনেত্ৰীগৰাকী

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd