• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ক্ষমতা সলনি হোৱাৰ পিছতেই পাটনাৰ ইডিৰ কাৰ্যালয়ত হাজিৰ লালু, জেৰা হ’ব ‘লেণ্ড ফ’ৰ জব’ গোচৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2024 2:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত ক্ষমতা সলনি হোৱাৰ ঠিক পিছতেই পাটনাৰ ইডি কাৰ্যালয়ত হাজিৰ হ’বলগা হ’ল আৰজেডিৰ শীৰ্ষ নেতা লালু প্ৰসাদ যাদৱ। সোমবাৰে পুৱা তেওঁ ইডিৰ কাৰ্যালয়লৈ যায়। 

জানিব পৰা মতে, ‘Land for Job’ গোচৰত তেওঁক জেৰা কৰা হ’ব। এই গোচৰৰ আনজন অভিযুক্ত লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতীও গৈছে ইডইৰ কাৰ্যালয়লৈ। এই গোচৰত ৰোজ এভিনিউ আদালতত ইডিয়ে অভিযোগনামা দাখিল কৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৯ ফেব্ৰুৱাৰীত।

Apply Now

সোমবাৰে পুৱা ৰাবৰি দেৱীৰ ঘৰত হাজিৰ হয় ইডিৰ বিষয়া। ইয়াৰ পিছত লালুপ্ৰসাদ যাদৱে কয় যে জেৰা ইডিৰ কাৰ্যালয়তে কৰিব লাগে। সেয়ে ইডিৰ কাৰ্যালয়লৈ গৈ জেৰাৰ সন্মুখীন হ’ব তেওঁলোক। ইয়াৰ কিছু সময়ৰ পাছত লালুপ্ৰসাদ কন্যা মিছা ভাৰতীৰ সৈতে ইডি অফিচত হাজিৰ হয়। 

ইডিৰ কাৰ্যালয়ৰ বাহিৰত লালুপ্ৰসাদ যাদৱৰ লগতে বৃহৎ সংখ্যক আৰজেডি সমৰ্থকও সমবেত হয়। লালুপ্ৰসাদৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে উত্তাল কৰি তোলে তেওঁলোকে।

উল্লেখ্য যে লালুপ্ৰসাদ যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত মাটিৰ বিনিময়ত ৰে’লৰ চাকৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰে’ল মন্ত্ৰী হিচাপে লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত এই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । 

লালুপ্ৰসাদ যাদৱৰ উপৰিও এই গোচৰৰ আন অভিযুক্ত হৈছে তেওঁৰ পত্নী ৰাবৰি দেৱী, কন্যা মিছা ভাৰতী, পুত্ৰ তেজস্বী যাদৱকে ধৰি আন ১৪ জন। এই ঘটনাত একেলগে চলি আছে চিবিআই আৰু ইডিৰ তদন্ত। ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত এই চিবিআইয়ে এফআইআৰ দাখিল কৰিছিল।

এই ঘটনা সন্দৰ্ভত আৰজেডিৰ সাংসদ মনোজ ঝাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ বিৰোধী ৰাজনৈতিক নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন কেন্দ্ৰীয় সংস্থাক ব্যৱহাৰ কৰি আছে। এয়া ইডিৰ জাননী নহয় বিজেপিৰ জাননী। আমাৰ একো ভয় নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd