• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2022 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম জনপ্ৰিয় তথা বয়োজেষ্ঠ ৰাজনৈতিক নেতা জে ডি ইউ মুৰব্বী লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ আজি ছিংগাপুৰত সফলতাৰে সম্পন্ন হয়। লালু পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এক টুইটযোগে পিতৃৰ চিকিৎসা সম্পৰ্কত এই কথা ৰাজহুৱা কৰিছে।

সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত লালু প্ৰসাদ যাদৱক আই চি ইউ- লৈ স্থানান্তৰ কৰা হৈছে বুলি তেজস্বী যাদৱে লগতে কয়। আনহাতে পিতৃক বৃক্ক দান কৰা লালু যাদৱৰ ছিংগাপুৰ আবাসী কন্যা ৰোহিনী আচাৰ্যও পিছত সুস্থ হৈ উঠিছে বুলি সদৰী কৰিছে।

Apply Now

पापा का किडनी ट्रांसप्लांट ऑपरेशन सफलतापूर्वक होने के बाद उन्हें ऑपरेशन थियेटर से आईसीयू में शिफ्ट किया गया।

डोनर बड़ी बहन रोहिणी आचार्य और राष्ट्रीय अध्यक्ष जी दोनों स्वस्थ है। आपकी प्रार्थनाओं और दुआओं के लिए साधुवाद। 🙏🙏 pic.twitter.com/JR4f3XRCn2

— Tejashwi Yadav (@yadavtejashwi) December 5, 2022

উল্লেখ্য যে, একাধিক স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লালু প্ৰসাদ যাদৱক ছিংগাপুৰত স্বাস্থ্য পৰীক্ষাৰ সময়ত কিডনী ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। তাৰ পিছত ছিংগাপুৰ আবাসী তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই পিতৃৰ জীৱন ৰক্ষাৰ্থে নিজৰ এটা বৃক্ক দান কৰিবলৈ আগবাঢ়ি আহিছিল।

লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ সহযোগী ভোলা যাদৱ, তেওঁৰ পুত্ৰ তেজস্বী যাদৱ আৰু তেওঁৰ ৰাজনৈতিক উপদেষ্টা সঞ্জয় যাদৱ, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু জ্যেষ্ঠ কন্যা মিছা ভাৰতী লালুৰ সৈতে বৰ্তমান ছিংগাপুৰত আছে।

স্মৰ্তব্য যে পশুখাদ্য কেলেংকাৰী গোচৰত অভিযুক্ত লালু প্ৰসাদ যাদৱ বৰ্তমান চিকিৎসাজনিত কাৰণত জামিনত আছে। ইতিপূৰ্বে কাৰাগাৰত ভৰ্তি হোৱাৰ পাছতে লালুক চিকিৎসাৰ বাবে কেইবাবাৰো দিল্লী আৰু ৰাঁচীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

ডায়েবেটিছ, ৰক্তচাপ আৰু বৃক্কৰ সমস্যাকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছে জেষ্ঠ নেতাগৰাকী। বিগত মাহৰ আৰম্ভণিৰ ফালে স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাৰ পাছতে প্ৰায় মৃত্যুমুখৰ পৰা ঘূৰি আহিছিল লালু প্ৰসাদ যাদৱ।

ইফালে চিকিৎসকে তেওঁক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়াৰ পিছত কন্যা ৰোহিনীয়ে বৃক্ক দান কৰাৰ সিদ্ধান্ত লয় যদিও প্ৰথম অৱস্থাত লালু প্ৰসাদ যাদৱে এই কথাত সন্মতি জনোৱা নাছিল। অৱশ্যে পিছত কন্যা ৰোহিনীৰ সিদ্ধান্তত সন্মতি জনাবলৈ বাধ্য হৈছিল লালু।

পিতৃক বৃক্ক দান কৰাৰ সিদ্ধান্ত ঘোষণা কৰি ৰোহিনীয়ে সামাজিক মাধ্যমৰ এক পোষ্টত লিখিছিল যে তেওঁ পিতৃক কেৱল মাংসৰ সৰু টুকুৰা এটাহে দিছে।

যোৱা মাহত ৰোহিনীয়ে টুইটটোত উল্লেখ কৰিছিল, “দেউতাৰ বাবে মই যিকোনো কাম কৰিব পাৰো। সকলো ভাল হৈ উঠাৰ বাবে অনুগ্ৰহ কৰি প্ৰাৰ্থনা কৰক আৰু পাপাই আকৌ এবাৰ নিজৰ কণ্ঠৰে গৰ্জন কৰি উঠক।”

 

माँ- पिता मेरे लिए भगवान हैं. मैं उनके लिए कुछ भी कर सकती हूँ. आप सबों के शुभकामनाओं ने मुझे और मजबूत बनाया है.

मैं आप सबके प्रति दिल से आभार प्रकट करती हूँ. आप सब का विशेष प्यार और सम्मान मिल रहा है.

मैं भावुक हो गयी हूँ. आप सबको दिल से आभार कहना चाहती हूँ. pic.twitter.com/ipvrXrFitS

— Rohini Acharya (@RohiniAcharya2) November 11, 2022

ইফালে আজি জনপ্ৰিয় নেতাগৰাকীৰ চিকিৎসা সুকলমে হৈ যোৱাৰ পিছত দেশজুৰি থকা তেখেতৰ অসংখ্য অনুৰাগীৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd