• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সকাহ! নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত জামিন লাভ লালু পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2023 5:04 pm
Lalu Yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৱেৰ চাকৰিত নিযুক্তিৰ বিনিময়ত ভূমি উপঢৌকন গ্ৰহণৰ গোচৰত অভিযুক্ত তথা তদন্তৰ সন্মুখীন হৈ থকা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী আৰু কন্যা মিছা ভাৰতীক আজি চিবিআই আদালতে জামিন প্ৰদান কৰে। আদালতে লগতে এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ মাৰ্চত গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে।

আজি গোচৰৰ শুনানিৰ বাবে হুইল চেয়াৰত বহি আদালত কক্ষত উপস্থিত হয় অসুস্থ লালু প্ৰসাদ যাদৱ। স্মৰ্তব্য যে, তিনিমাহ পূৰ্বে ছিংগাপুৰত কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আজি আদালতত হাজিৰ হয় জেষ্ঠ ৰাজনীতিবিগৰাকী।

Apply Now

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱ, ৰাবৰি দেৱী, তেওঁলোকৰ কন্যা মিছা ভাৰতী আৰু পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক এই কেলেংকাৰীৰ গোচৰত জেৰা তথা তালাচী চলাই আছে দুই কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

পূৰ্বৰ ইউ পি এ চৰকাৰৰ সময়ত ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত লালু প্ৰসাদ যাদৱ তথা তেওঁৰ পৰিয়ালৰ সদস্য আৰু কেইগৰাকীমান সম্পৰ্কীয় ব্যক্তিৰ বিৰুদ্ধে চাকৰিৰ বিনিময়ত ভূ-সম্পত্তি গ্ৰহণৰ অভিযোগ উত্থাপন হৈছে।

গোচৰৰ তদন্ত চলাই থকা চিবিআইয়ে চাৰ্জশ্বীটত নিয়ম উলংঘা কৰি ৰে’লৱেত অনৈতিকভাৱে নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ কৰিছে। লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰতাৰণা, জালিয়াতি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

বিগত বৰ্ষৰ জুলাই মাহত লালু যাদৱ ৰে’ল মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ সহায়ক হিচাপে থকা ভোলা যাদৱক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ইফালে, এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দিল্লী, পাটনা, মুম্বাই আৰু ৰাঁচীৰ ২৪ টা স্থানত তালাচীৰ অন্তত লালু যাদৱৰ পৰিয়ালে লাভ কৰা সম্পত্তিৰ তালিকা প্ৰস্তুত কৰিছে।

চাকৰিৰ বিনিময়ত লালু প্ৰসাদ যাদৱৰ পৰিয়ালে অধিগ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰা ভূমিৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় ২০০ কোটি টকা বুলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে এক বিবৃতিত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd