• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সুস্থ হৈ স্বদেশলৈ উভতিল লালু: অনুৰাগীক পিতৃৰ যত্ন ল’বলৈ আহ্বান লালু কন্যাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 6:24 pm
Lalu Prashad Yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ অৱশেষত চিকিৎসাৰ পিছত স্বদেশত উপস্থিত হৈছে। যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত ছিংগাপুৰত বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ কৰা বয়োজ্যেষ্ঠ নেতাগৰাকী শনিবাৰে সন্ধিয়া দিল্লীত উপস্থিত হয়।

ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি গৰাকীক দিৰ্ঘদিনীয়া অসুস্থতাৰ পিছত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল আৰু বিগত সময়চোৱাত ছিংগাপুৰতে চিকিৎসাধীন হৈ আছিল।

Apply Now

শনিবাৰে সন্ধিয়া দিল্লীত উপস্থিত হোৱা লালুক আদৰণি জনায় ৰাজ্যসভাৰ সাংসদ তথা তেওঁৰ কন্যা মিছা ভাৰতীয়ে। আগন্তুক কিছুদিন লালু কন্যা মিছাৰ লগত দিল্লীতে থাকিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে লালু প্ৰসাদ যাদৱৰ আনগৰাকী কন্যা ৰোহিনী আচাৰ্যই টুইটাৰত পিতৃ লালু দেশলৈ ঘূৰি অহাৰ বিষয়ে অৱগত কৰি এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল।

 

जान भी कम है उनके चरणों में
ईश्वर से भी ऊँचा दर्जा है
पापा का इस दुनिया में..🙏🏻 pic.twitter.com/SCD29CbPUV

— Rohini Acharya (@RohiniAcharya2) February 11, 2023

এই টুইট যোগে ৰোহিনীয়ে সকলোকে পিতৃ লালুৰ যত্ন ল’বলৈ আহ্বান জনাইছিল। টুইটটোত তেওঁ কয়, “মই কন্যা হিচাপে মোৰ কৰ্তব্য পালন কৰিছো। দেউতা সুস্থ হৈ উঠিছে আৰু মই তেওঁক আপোনালোকৰ মাজলৈ পঠিয়াইছো। অনুগ্ৰহ কৰি দেউতাৰ যত্ন লওক।”

 

आप सबसे एक जरूरी बात कहनी है. यह जरूरी बात हम सबों के नेता आदरणीय लालू जी के स्वास्थ्य को लेकर है.

11 फरवरी को पापा सिंगापुर से भारत जा रहे हैं.

मैं एक बेटी के तौर पर अपना फर्ज अदा कर रही हूँ. पापा को स्वस्थ्य कर आप सब के बीच भेज रही हूँ..

अब आप लोग पापा का ख्याल रखियेगा. pic.twitter.com/GcVNV1Emly

— Rohini Acharya (@RohiniAcharya2) February 10, 2023

উল্লেখ্য যে, ৰোহিনী আচাৰ্যই নিজ পিতৃৰ বাবে বৃক্ক দান কৰিছিল। ৭৪ বছৰীয়া লালু যাদৱ তীব্ৰ বৃক্কৰ জটিলতাত ভুগি আছিল আৰু তেওঁক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল।

কন্যা ৰোহিনী নিজ পিতৃৰ জীৱন ৰক্ষাৰ্থে বৃক্ক দাতা হিচাপে আগবাঢ়ি আহে যদিও প্ৰথম অৱস্থাত লালুৱে কন্যাৰ সিদ্ধান্তত মান্তি হোৱা নাছিল। অৱশ্যে পিছত কন্যাৰ সিদ্ধান্তত সন্মত হৈছিল লালু।

যোৱা বৰ্ষৰ ৫ ডিচেম্বৰত সফলতাৰে লালুৰ দেহত বৃক্ক সংৰোপণ কৰা হৈছিল। স্মৰ্তব্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী পশুখাদ্য কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড ভুগি আছে। বৰ্তমান চিকিৎসাজনিত কাৰণতহে জামিনত আছে লালু যাদৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd