DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শেহতীয়া খৱৰ : চন্দ্ৰপৃষ্ঠত সামান্য হালি পৰা অৱস্থাত অক্ষত আছে লেণ্ডাৰ বিক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 11:38 am
vikrama_1567925999_618x347

বিক্ৰম লেণ্ডাৰ।

8.9k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া এক বাতৰি মতে চন্দ্ৰযান-২ অভিযানৰ সৈতে জড়িত  ইছৰোৰ এগৰাকী বিষয়াই দাবী কৰিছে যে লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত সম্পূৰ্ণ অক্ষত অৱস্থাত পৰি আছে।

তদুপৰি, তীব্ৰ গতিত অৱতৰণ কৰাৰ পাছত লেণ্ডাৰ বিক্ৰম সামান্য হালি পৰা অৱস্থাত আছে। ইণ্ডিয়া টুডেই এই বাতৰি পৰিৱেশন কৰিছে।

অৱশ্যে, মহাকাশ সংস্থাটোৱে এই বাতৰি নিশ্চিত কৰিবলৈ অস্বীকাৰ কৰিছে।

যোৱা ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত মসৃনভাৱে অৱতৰণ কৰিবলগীয়া সময়ৰ আগেয়ে চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে মহাকাশ সংস্থাটোৱে যোগাযোগ হেৰুৱাইছিল।

আনহাতে, ৮ ছেপ্টেম্বৰত চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ স্থিতি বিচাৰি পাইছিল ইছৰোই। অ’ৰ্বিটাৰে থাৰ্মেল ইমেজ কেমেৰাৰে ইয়াৰ ছবি তুলিবলৈ সক্ষম হৈছিল।

চন্দ্ৰযান-২ৰ অ’ৰ্বিটাৰত লাগি থকা অপ্টিকেল হাই ৰিজ্যুলিউশ্যন কেমেৰাই বিক্ৰম লেণ্ডাৰৰ ছবি লৈছিল আৰু ইছৰোৰ বিজ্ঞানীসকলে সেয়া পৰ্যবেক্ষণ কৰিছে।

লেণ্ডাৰ বিছিন্ন হোৱাৰ পৰাই ইছৰোৰ বিজ্ঞানীসকলে অৰ্বিটাৰৰ জৰিয়তে বিক্ৰম লেণ্ডাৰক বাৰ্তা পঠিওৱাৰ চেষ্টা চলাই আছে যাতে ইয়াৰ কমিউনিকেশ্যন চিষ্টেম অন কৰিব পৰা যায়।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd