• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ যোৰাবাটত ভূমিস্খলন; গুৰুতৰভাৱে আহত এজন

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 9, 2019 4:06 pm

1 min read

গুৱাহাটীৰ যোৰাবাটত ভূমিস্খলন; গুৰুতৰভাৱে আহত এজন
13.6k
VIEWS
Share on FacebookShare on Twitter

যোৱা দুদিন ধৰি হৈ থকা বৰষুণৰ মাজতে আজি গুৱাহাটী মহানগৰীৰ যোৰাবাটত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত ১১ মাইলত সংঘটিত উক্ত ভূমিস্খলনত এজন লোক গুৰুতৰভাৱে আহত হ’ব লগীয়া হয়।

আহত লোকজনক হেমেশ্বৰ বৰা ওৰফে বি বৰা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে মঙ্গলবাৰে বিয়লি ভাগত ৬০ বছৰীয়া হেমেশ্বৰ বৰাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা নিজা চাহৰ দোকানত কাম কৰি থকাৰ সময়তে হঠাতে এই ভূস্খলনৰ ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত হেমেশ্বৰ বৰাৰ দুয়োখন ভৰি মাটিৰ তলত সোমাই যায়। আনহাতে ঘটনাৰ খবৰ পাই যোৰাবাট আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত বৰাক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান প্ৰশাসনৰ লোকে জে চি বি ৰে ভূমিস্খলনৰ ফলত খহি অহা শিল, বালি, মাটি উক্ত স্থানৰ পৰা আঁতৰাই আছে। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় যদিও ঘাইপথটোৰে যান-বাহন অহা যোৱা কৰাত কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd