• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাকপথাৰত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ; দুজনক গ্ৰেপ্তাৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , April 2, 2020 6:19 pm

1 min read

কাকপথাৰত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ; দুজনক গ্ৰেপ্তাৰ
2.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছক কেন্দ্ৰ কৰি সমগ্ৰ দেশত ল’কডাউন চলি থকাৰ মাজতে আজি কাকপথাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুজন লোকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্ষক বিকাশজ্যোতি ডেকাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে লাজুমপথাৰ গাঁৱত অভিযান চলাই প্ৰায় ১ কেজি পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছসহ আৰক্ষীয়ে প্ৰথমে থাপাবাৰী গাঁৱৰ ভাইজান নেওগক কৰায়ত্ত কৰে আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টকৌপথাৰৰ পৰা পুতুল বৰুৱাক আটক কৰে।

উল্লেখযোগ্য যে পুতুল বৰুৱাই ড্ৰাগছখিনি আনি ভাইজান নেওগক দিছিল। আৰক্ষীয়ে যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰায় ২ লাখ টকা মূল্যৰ ড্ৰাগছখিনি তিনিচুকীয়া জিলাৰ হাপজানৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাইলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd