• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত বন মাফিযাৰ উপদ্ৰৱ; বৃহৎ পৰিমাণৰ হোলোং গছৰ কুণ্ডা জব্দ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 2, 2019 7:15 pm

1 min read

জাগুনত বন মাফিযাৰ উপদ্ৰৱ; বৃহৎ পৰিমাণৰ হোলোং গছৰ কুণ্ডা জব্দ
1.7k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ মাৰ্ঘেৰিটাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত জয়ৰামপুৰস্থিত বিট অফিচৰ এটি বন কৰ্মীৰ দলে গোপন সূত্ৰৰ পম খেদি আজি ১৭টাকৈ মূল্যবান হোলোং গছৰ কুণ্ডা জব্দ কৰে।

জানিব পৰা মতে অসম অৰুণাচল সীমান্তৰ টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ গ্ৰীনভিউত একাংশ বন মাফিয়াই বিভিন্ন সময়ত মূল্যবান গছ কাটি জাগুনৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত অৱস্থিত প্লাইউড ফেক্টৰী সমূহত যোগান ধৰি আহিছে।

কিন্তু বন মাফিয়াক নাকি লগাব নোৱাৰাত দিনক দিনে অবাধ গতিত বন ধ্বংস যজ্ঞ বাঢ়ি আহিছে। ইয়াৰ ফলত আজি টিংকুপানী সংৰক্ষিত বনাঞ্চলত ধ্বংসস্তূপত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।

আনহাতে বন মাফিয়াই কাটি থৈ যোৱা হোলোং গছৰ ১৭টা কুণ্ডা জাগুন আঞ্চলিক বন বিভাগৰ কৰ্মীয়ে জব্দ কৰে যদিও এই পৰ্যন্ত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।

উক্ত মূল্যবান কাঠসমূহ জব্দ কৰি থকা সময়তেই অৰুণাচলৰ কেইগৰাকীমান বন মাফিয়াই বনকৰ্মীক কাঠখিনি জব্দ নকৰিবলৈ ভয় ভাবুকি প্ৰদান কৰাৰ উপৰিও মেনেজ কৰিবলৈও চেষ্টা কৰে বুলি বন বিভাগৰ এক সূত্ৰই কয়৷

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহত বন বিভাগে ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো কেনেদৰে একাংশ বন মাফিয়াই বন ধ্বংস যজ্ঞ চলাই আহিছে সেয়া এক লক্ষ্যণীয় বিষয়৷

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd