• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ দেশীয় আৰু অৰুণাচলী সুৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 6:18 pm
103
VIEWS
Share on FacebookShare on Twitter

কালি নিশা বিশ্বনাথৰ মিজিকাজানৰ হাটখোলা লাইনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ দেশীয় আৰু অৰুণাচলী সুৰা।

গোপন সূত্ৰৰ পম খেদি উক্ত অঞ্চলৰ পৰা প্ৰায় ৭০ কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ আৰক্ষীৰ বিশেষ দলটোৱে।

বহু দিনৰ পৰা সুৰাৰ ৰমৰমীয়া ব্যৱসায়ি চলি অহা উক্ত অঞ্চলৰ পৰা তিনিখন ঘৰৰ পৰা তিনিজন কৈ ব্যক্তিক আটক কৰাৰ লগতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে।

আটকাধীন ব্যক্তি তিনিজন ক্ৰমে মোহন জেনা, প্ৰদীপ চাহু, চঞ্জয় চাহু ।

Recent News

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

য়েমেনত নিমিছা প্ৰিয়াৰ মৃত্যুদণ্ডৰ ক্ষেত্ৰত একো কৰিব নোৱাৰে ভাৰতে! উচ্চতম ন্যায়ালয়ত সদৰী কৰিলে কেন্দ্ৰীয় চৰকাৰে  

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

মিথ্যা চৰকাৰৰ অৰ্থনৈতিক বিকাশৰ দাবী! আন্তঃগাঁথনিৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

ৰে’লৰ ডবাত স্থাপন কৰা হ’ব চিচিটিভি কেমেৰা! সম্পন্ন হ’ল সফল পৰীক্ষণ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

‘মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়’, চৰম সিদ্ধান্ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সৰৱ জনপ্ৰিয় মডেলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd