• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই পি এল নেখেলাৰ সিদ্ধান্ত ল’লে ডেথ বলাৰ স্পেচিয়েলিষ্ট লাছিথ মালিংগাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 3, 2020 2:30 pm

1 min read

আই পি এল নেখেলাৰ সিদ্ধান্ত ল’লে ডেথ বলাৰ স্পেচিয়েলিষ্ট লাছিথ মালিংগাই
243
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আই পি এল)ৰ ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ দলৰ পৰা বাহিৰ হ’ল শ্ৰীলংকাৰ অভিজ্ঞ পেচ বলাৰ লাছিথ মালিংগা।

সম্পূৰ্ণ ব্যক্তিগত কাৰণৰ বাবে আগন্তুক আই পি এল ছিজনৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰা বুলি ডেথ বলাৰ স্পেচিয়েলিষ্ট মালিংগাই জানিবলৈ দিয়ে।

মালিংগাই নিজৰ নাম প্ৰত্যাহাৰ কৰা প্ৰসংগত মুম্বাই ইণ্ডিয়ানছ দলে কয় যে শ্ৰীলংকৰ ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিছে আৰু সেয়ে তেওঁ আই পি এল নেখেলাৰ সিদ্ধান্ত লয়।

ইফালে মুন্বাই ইণ্ডিয়ানছ দলে মালিংগাৰ ঠাইত অষ্ট্ৰেলিয়াৰ পেচ বলাৰ জেমছ পেটিনছনক অন্তৰ্ভুক্ত কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে পেটিনছনে ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে চুক্তিবদ্ধ হৈছিল। কলকাতাত তেওঁ তিনিবছৰৰ বাবে চুক্তিবদ্ধ হৈ আছিল যদিও এখন মেচো খেলিবলৈ সুযোগ পোৱা নাছিল।

মুম্বাই ইণ্ডিয়ানছ দলৰ স্বত্তাধিকাৰী আকাশ আম্বানীয়ে কয়, ‍‘এই সপ্তাহৰ অন্তত আবু ধাবিত মুম্বাই ইণ্ডিয়ানছ দলত যোগ দিব পেটিনছনে’।

ইয়াৰ পূৰ্বে মালিংগাই আই পি এল এৰিব বুলি ইএছপিএন ক্ৰিক ইনফোৱে জানিবলৈ দি কয়, ‍‘মালিংগাৰ দেউতাক অসুস্থ আৰু অহা সপ্তাহত অপাৰেশ্যন হোৱাৰ সম্ভাৱনা আছে। সেয়ে মালিংগাই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰি আই পি এল নেখেলাৰ সিদ্ধান্ত লৈছে’।

উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ বাবে এইবাৰ আই পি এল অহা ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ু এ ইত অনুষ্ঠিত হ’ব।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd