DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোকাকুল পৰিৱেশত দুৰ্ঘটনাত নিহত বন বিভাগৰ কৰ্মচাৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 31, 2019 6:44 am
IMG-20190830-WA0021

ফটো : নৰ্থইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে পুৱাই লাভ কৰা এক পথ দুৰ্ঘটনাৰ খৱৰে সমগ্ৰ শিৱসাগৰ জিলাতে শোকৰ ছাঁ পেলায়।

কৰ্তব্য সমাপন কৰি উভতি আহোতে হাতীঘূলিৰ সোণতলিছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল চাৰিজন বন বিভাগৰ কৰ্মচাৰীৰ।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত বিয়লি চাৰিজন বন বিষয়াৰ নশ্বৰদেহ অনা হয় শিৱসাগৰ জিলা বন বিষয়াৰ কাৰ্যালয়লৈ।

ইয়াতে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণনৰ লগতে নাজিৰাৰ মহকুমাধিপতি, শিৱসাগৰৰ ডিএফঅ’ জয়শ্ৰী নাংইডিং, চি আৰপিএফৰ কামাণ্ডেন্ট, শিৱসাগৰ আৰু নাজিৰাৰ চক্ৰ বিষয়াৰ লগতে বন বিভাগৰ কৰ্মচাৰী আৰু অসংখ্য গুণমুগ্ধই বন বিষয়াকেইগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

একে দিনাই একে লগে চাৰি সতীৰ্থ কৰ্মচাৰীক হেৰুৱাই এক প্ৰকাৰ শোকত ভাগি পৰে বিভাগটোৰ সকলো কৰ্মচাৰী।

দুৰ্ঘটনাটোত নিহত হৈছিল গাড়ী চালক প্ৰয়ম মেছ, গাৰ্ড বিপুল হাজৰিকা, বনকৰ্মীদ্বয় নিজামুদ্দিন আহমেদ আৰু প্ৰশান্ত দত্ত।

আনহাতে, শিৱসাগৰ বন বিভাগৰ ৰেঞ্জাৰ বুবুল বৰুৱা আৰু গাৰ্ড নাজিমুদ্দিন বৰ্তমান ডিব্ৰুগড়ত জীৱন মৃত্যুৰ সতে যুঁজি আছে।

ইপিনে নিহত প্ৰশান্ত দত্তৰ পত্নী পাঁচ মহীয়া অন্ত:সত্বা বুলি জানিব পাৰি সকলোৱে মৰ্মাহত হৈ পৰে।

শিৱসাগৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুহ কৰ্মচাৰীয়ে বন বিভাগৰ চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু চিকিৎসাধীন কৰ্মচাৰী দুজনৰ আশু আৰোগ্য কামনা কৰে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd