DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লতা মংগেশকাৰক ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰিব চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 1:32 pm
72908-lkpdctnnnu-1509776670

কোকিলকণ্ঠী লতা মংগেশকাৰ। ফটো উৎস : হিন্দুস্তান টাইমছ

4.3k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদী চৰকাৰে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক অহা ২৮ ছেপ্টেম্বৰত তেওঁৰ ৯০ সংখ্যক জন্মদিনত ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে।

সাত দশকজুৰি ভাৰতীয় চলচ্চিত্ৰ সংগীতত আগবঢ়োৱা তেওঁৰ অনবদ্য বৰঙণিৰ বাবে এই সন্মান আগবঢ়োৱা হ’ব। হিন্দুস্তান টাইমছে এই বাতৰি পৰিৱেশন কৰিছে।

উক্ত অনুষ্ঠানৰ বাবে কবি-গীতিকাৰ প্ৰসূন যোশীয়ে এটি বিশেষ গীতো ৰচনা কৰিছে।

এক বিশেষ সূত্ৰই জানিব দিয়া অনুসৰি, প্ৰধান মন্ত্ৰী মোদী ‘লতাজী’ৰ অত্যন্ত গুণমুগ্ধ তথা অনুৰাগী। ৰাষ্ট্ৰৰ কন্যা হিচাপে ‘ডটাৰ অফ দ্য নেশ্যন’ সন্মান তেওঁক আগবঢ়োৱা হ’ব। আনুষ্ঠানিকভাৱে তেওঁৰ ৯০ সংখ্যক জন্মদিনটোতে তেওঁক এই সন্মানটো আগবঢ়োৱা হ’ব।

কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে অলপতে ইন্টাৰনেট চাঞ্চল্য হিচাপে পোহৰলৈ অহা ৰাণু মণ্ডলৰ বিষয়ে মন্তব্য কৰাৰ পাছত চৰ্চালৈ আহিছিল।

ৰাণু মণ্ডল সন্দৰ্ভত  এক সাক্ষাৎকাৰত লতা মংগেশকাৰে কৈছিল,’’যদি মোৰ নাম আৰু কামেৰে কাৰোবাৰ ভাল হয় তেতিয়াহ’লে মই নিজেই নিজক সৌভাগ্যৱতী বুলি ভাৱিম।‘’

‘’কিন্তু মই অনুভৱ কৰো যে অনুকৰণ সাফল্যৰ বাবে এক নিৰ্ভৰযোগ্য আৰু স্থায়ী সংগী হ’ব নোৱাৰে। মোৰ, কিশোৰদাৰ (কিশোৰ কুমাৰ), ৰফী চাহাবৰ বা মুকেশ ভাইয়া অথৱা আশা’ৰ (ভোচলে)ৰ গান গাই কোনো নতুন গায়কে কম দিনৰ বাবে মনযোগ আকৰ্ষণ কৰিব পাৰে, কিন্তু ই স্থায়ী নহয়,’’-কোকিলকণ্ঠী গায়িকা গৰাকীয়ে এইদৰে কয়।

স্বাভাৱিকতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীলৈ এনে সন্মান আগবঢ়োৱাৰ বাতৰিয়ে অনুৰাগীসকলক আনন্দিত কৰিব।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd