• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এমজি-এনৰেগাৰ নতুন প্ৰক্ৰিয়া দৰিদ্ৰ জনসাধাৰণৰ ওপৰত কেন্দ্ৰৰ নতুন আক্ৰমণ!

মোবাইল এপ্লিকেচনৰ জৰিয়তে শ্ৰমিকৰ উপস্থিতি প্ৰমাণৰ নতুন নিয়মৰ বিৰোধিতাৰে সোচ্চাৰ কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2023 12:57 pm
MGNREGA App-Based Attendance
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ দৰিদ্ৰ লোকসকলৰ কৰ্মসংস্থান সুনিশ্চিত কৰাৰ বাবে প্ৰচলন কৰা এক গুৰুত্বপূৰ্ণ আঁচনি এমজি এনৰেগাৰ শ্ৰমিকসকলৰ উপস্থিতি পঞ্জীয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ অনলাইন এপ্লিকেচন প্ৰবৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে।

এই সিদ্ধান্তক বঞ্চিতসকলৰ প্ৰতি মোডী চৰকাৰৰ অসংবেদনহীনতাৰ প্ৰমাণ বুলি অভিযোগ কৰি ইয়াৰ দ্বাৰা চৰকাৰে দৰিদ্ৰ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা গুৰুত্বপূৰ্ণ আঁচনিখনৰ বাজেট হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে বুলি দাবী কৰিছে কংগ্ৰেছে।

Apply Now

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক বিবৃতিত কয় যে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে দেশৰ ৯ কোটি কৰ্মস্থলীত এমজি এনৰেগাৰ প্ৰতিগৰাকী কৰ্মীয়ে ‘ফিজিকেল মাষ্টাৰ ৰোল’ৰ ঠাইত মোবাইল এপ্লিকেচনৰ জৰিয়তে উপস্থিতি পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে।

বিবৃতিটোত জয়ৰাম ৰমেশে কয়, “আপাত দৃষ্টিত এই পদক্ষেপ স্বচ্ছতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা হৈছে যেন লাগিলেও ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰভাৱ পেলাব। ইয়াৰ দ্বাৰা দুৰ্নীতিৰ নতুন পথ মুকলি হ’ব। শ্ৰমিকসকলে দৰমহা পোৱাত অধিক কঠিন হ’ব।”

“দামী স্মাৰ্টফোন নথকা লোকসকল, বিশেষকৈ মহিলা আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকল বঞ্চিত হ’ব। মুঠতে এই সিদ্ধান্তই কোটি কোটি গ্ৰাম্য দৰিদ্ৰ লোকৰ বাবে সঞ্জীবনী সদৃশ এমজি এনৰেগাক ভেঙুচালি কৰে।”— জয়ৰাম ৰমেশে লগতে কয়।

“এয়া মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজি এনৰেগা)ৰ ব্যয় হ্ৰাস কৰাৰ বাবে পিছদুৱাৰেদি গ্ৰহণ কৰা এক পদক্ষেপ। এয়া মোডী চৰকাৰে দৰিদ্ৰ লোকৰ ওপৰত কৰা শেহতীয়া আক্ৰমণ। এমজি এনৰেগাৰ কৰ্মীসকলক এপৰ জৰিয়তে উপস্থিতি পঞ্জীয়ন কৰিবলৈ বাধ্য কৰালে দুৰ্নীতিৰ নতুন পথ মুকলি হ’ব। লগতে মহিলা, দলিত আৰু আদিবাসীসকলক ক্ষমতাহীন কৰা হ’ব।”- টুইটাৰত এইদৰে কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ লগতে কয় যে কংগ্ৰেছে মোডী চৰকাৰক এই এপটো বাতিল কৰি কাৰিকৰী ভুলৰ বাবে মজুৰি হেৰুওৱা সকলো শ্ৰমিকক ক্ষতিপূৰণ দিবলৈ, মুকলি মাষ্টাৰ ৰোল আৰু সামাজিক অডিটৰ জৰিয়তে স্বচ্ছতা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে এই এপটোত কৰ্মস্থলীত থকা দায়িত্বত থকা কৰ্মচাৰীগৰাকীয়ে সকলো শ্ৰমিকৰ উপস্থিতি ৰেকৰ্ড কৰিব লাগিব আৰু কাম আৰম্ভ হোৱাৰ আগতে আৰু পিছত নিৰ্দিষ্ট সময়ত গ্ৰুপ ফটো তুলিব লাগিব।

“এই ৰেকৰ্ড কেৱল দায়িত্বত থকা কৰ্মচাৰীগৰাকীৰ ফোনত থাকে আৰু গ্ৰুপ ফটো ভেৰিফাই কৰাৰ কোনো উপায় নাই। তাতোকৈ বেয়া কথাটো হ’ল এমজি এনৰেগাৰ মজুৰিৰ সৈতে সম্পাদন কৰা কামৰ জোখ-মাখৰ সম্পৰ্ক আছে। কিন্তু এপটোত এই সেৱা সম্পূৰ্ণৰূপে অনুপস্থিত। নতুন ব্যৱস্থাটো কোনোপধ্যেই যোগ্য নহয়।”— তেওঁ লগতে কয়।

নতুন এপটোৰ চাৰ্ভাৰ বন্ধ হ’লে শ্ৰমিকসকলক কাম বা মজুৰিৰ পৰা বঞ্চিত কৰা হ’ব বুলি দাবী কৰি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে শ্ৰমিকসকলে গ্ৰুপ ফটোৰ বাবে প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় বুলিও উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

‘শত্ৰুতা’! উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ প্ৰত্যুত্তৰ

September 3, 2026 2:44 pm
আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

আইন ভংগ কৰি ইউ জি চিৰ মুৰব্বীৰ পদত আকৌ চৰকাৰী আমোলা!

September 3, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

“১২ বছৰ ধৰি কোনেও আপোনাৰ ডিগ্ৰী দেখা নাপালে” : নিজৰ শিক্ষাগত অৰ্হতাক লৈ চলা বিতৰ্কৰ মাজতে প্ৰধানমন্ত্ৰী মোদীক মুকলি প্ৰত্যাহ্বান অভিজিৎ দিপকেৰ

September 3, 2026 2:53 pm
স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 3, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd