DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড বিধি ভংগ কৰি নৈশ পাৰ্টি আয়োজন মেছিৰ : বিপদত পৰিব পাৰে বিশ্বশ্ৰেষ্ঠ ফুটবলাৰগৰাকী!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 7:07 am
_114197683_messi

ফ'টো- ৰয়টাৰ

800
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অন্যতম দুধৰ্ষ ফুটবলাৰ লিয়নেল মেছি বিপদ পৰিছে। আৰ্জেণ্টিনা তথা বাৰ্চিলোনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে কোভিড বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

স্পেনিছ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে যোৱা সোমবাৰে ৰাতি নিজা বাসগৃহত এক পাৰ্টিৰ আয়োজন কৰিছিল।

স্পেইনত কোভিড বিধি অনুযায়ী ছজনতকৈ অধিক লোক কোনো স্থানতে উপস্থিত থাকিব নোৱাৰে। কিন্তু মেছিয়ে আয়োজন কৰা নৈশ পাৰ্টিটোত অন্য ফুটবলাৰ আৰু তেওঁলোকৰ পত্নীসহ বহু লোক উপস্থিত আছিল।

প্ৰকাশিত খবৰ অনুসৰি কোপা ডেল ৰে টুৰ্ণামেন্টৰ ভেলেন্সিয়াৰ বিৰুদ্ধে খেলা এখন মেছত জয়ী হোৱাৰ উপলক্ষ্যে মেছিয়ে যোৱা দেওবাৰে নিশা পাৰ্টিটো আয়োজন কৰিছিল আৰু সেই পাৰ্টি দেওবাৰৰ মধ্যনিশা পাৰ হৈ অতিক্ৰম কৰি সোমবাৰলৈকে হৈছিল।

আগন্তুক বৰ্ষাকালীন চিছনটোৰ বাবে দলৰ খেলুৱৈসকলক উদ্বুদ্ধ কৰাৰ মানসেৰে উক্ত পাৰ্টি আয়োজন কৰা হৈছিল বুলিও প্ৰকাশ পাইছে।

উক্ত পাৰ্টিৰ কিছুমান ফ’টো ভাইৰেল হৈছে য’ত মেচিসহ সতীৰ্থ ফুটবলাৰসকলক পত্নীসহ পাৰ্টিত ব্যস্ত থকা দেখা গৈছে। ইয়াৰ পিছতে নৈশ পাৰ্টিটোত কোভিড বিধি ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে সমগ্ৰ বিশ্বজুৰি এই বিষয়টোৱে তোলপাৰ লগাইছে। ইতিমধ্যে মেছিৰ এই পাৰ্টি আয়োজনৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। যদি মেছিয়ে নৈশ পাৰ্টি আয়োজন কৰাতো প্ৰমাণ হয় তেনে তেওঁ শাস্তি সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

Recent News

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd