DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ পৰা সামৰিলে ব্যৱসায়; ভাৰতত ৮০০ কোটি টকাৰ বিনিয়োগ কৰিব LAVAই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 12:15 pm
lavas
18.3k
VIEWS
Share on FacebookShare on Twitter

চীনক বিদায় জনাই ভাৰতত নতুন কৰি ব্যৱসায় আৰম্ভ কৰাৰ বাবে সাজু হৈছে  LAVA ইন্টাৰনেশ্যনেলে।

কোম্পানীটোৱে মোবাইল তৈয়াৰ কৰা আৰু ইয়াৰ বিকাশৰ বাবে অহা পাঁচ বছৰত ৮০০ কোটি টকা বিনিয়োগ কৰিব।

দেশৰ এই কোম্পানীটোৱে বিভিন্ন দেশৰ লগতে চীনতো শাখা খুলিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ পাছত কোম্পানীটোৱে চীনত থকা নিজৰ ব্যৱসায় সামৰাৰ সিদ্ধান্ত লৈছে।

কোম্পানীটোৰ অধ্যক্ষ হৰি ওম ৰাইয়ে কয় যে চীনত তেওঁলোকৰ প্ৰডাক্ট ডিজাইনৰ বাবে ৬০০ৰপৰা ৬৫০জন কৰ্মী কাম কৰি আছে। এতিয়া ডিজাইনিঙৰ কাম ভাৰতলৈ স্থানান্তৰিত কৰা হ’ব।

তদুপৰি, চীনৰ পৰা বিভিন্ন দেশলৈ মোবাইল ৰপ্তানি কৰি অহা কামটো এতিয়াৰে পৰা ভাৰতৰ পৰাই কৰা হ’ব।

লাভাই ইয়াৰ সমস্ত কামকাজ ভাৰতৰ পৰাই পৰিচালিত কৰিবলৈ আগ্ৰহী। ইয়াৰ বাবে তেওঁলোকে বৃহৎ পৰিমানৰ ধন বিনিয়োগো কৰিছে।

অহা পাঁচ বছৰত কোম্পানীটোৱে মুঠতে ৮০০ কোটি টকাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

কোম্পানীটোৰ অধ্যক্ষৰ মতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ব্যৱস্থাসমূহৰ আওতাত ভাৰতত ব্যৱসায় কৰিলেই তেওঁলোক উপকৃত হ’ব।

উল্লেখ্য যে ইতিমধ্যে চীনৰ পৰা বহু কোম্পানীয়ে তেওঁলোকৰ ব্যৱসায় তথা প্ৰকল্প সামৰি ভাৰতলৈ অহাৰ বাবে প্ৰস্তুত হৈছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে যোগাযোগো কৰিছে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd