• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টকিঅ’ অলিম্পিকৰ চেমি ফাইনেলত মৰণপণ যুঁজ দিও পৰাস্ত অসম কন্যা লাভলীনা

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2021 11:26 am
Lovlina_twitter
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোঁহাইয়ে মৰণপণ যুঁজ দিও পৰাস্ত হ’ল।। আজি দিনৰ ১১ বজাত অনুষ্ঠিত ৬৯ কিলোগ্ৰাম শাখাৰ বক্সিঙৰ চেমিফাইনেলত লাভলীনাক পৰাস্ত কৰিলে তুৰস্কৰ বুছেনাজ চুৰমেনেলীয়ে ।

কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত লাভলীনাই চাইনীজ টাইপে’ৰ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছিল।

Apply Now

লাভলীনা বৰগোঁহাইয়ে ৬৯ কেজি শাখাত সুন্দৰ প্ৰদৰ্শনেৰে টকিঅ’ত বক্সিঙৰ প্ৰথমটো পদক বিজয় নিশ্চিত কৰিছিল।
নিয়েন চিন চেন ২০১৮ৰ বিশ্ব বক্সিং চেম্পিয়ন আৰু ২০১৯ৰ এছিয়ান বক্সিং চেম্পিয়ন আছিল। লাভলীনাই এনে শক্তিশালী প্ৰতিদ্বন্দীক ৪টা ৰাউণ্ডৰ তিনিটাতে জয়লাভ কৰিছিল।

https://t.co/xgQtcRL2aE

— Arpana Singh Rajput (@arpana_singh_) August 4, 2021

উল্লেখ্য যে যোৱা ২৭ জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি-কোৱৰ্টাৰৰ খেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে।

সিদিনা প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ নাডাইন এপেট’জৰ বিৰুদ্ধে ৰক্ষণাত্মক আৰম্ভণিৰে লাভলীনাই দ্বিতীয় ৰাউণ্ডত সুযোগ অনুসৰি আক্ৰমণাত্মক হৈ উঠিছিল।

প্ৰথম ৰাউণ্ডত তিনিগৰাকী বিচাৰকে ভাৰতীয় বক্সাৰগৰাকীক পক্ষত ৰায় দিয়াৰ বিপৰীতে দুগৰাকী বিচাৰকে জাৰ্মান বক্সাৰগৰাকীৰ পক্ষত ৰায় দিছিল।

দ্বিতীয় ৰাউণ্ডতো একেই দৃশ্য পৰিলক্ষিত হৈছিল। তিনিগৰাকী বিচাৰকে লাভলীনাক আগুৱাই ৰাখিছিল আৰু সেইদৰে তৃতীয় ৰাউণ্ডতো ভাৰতীয় তাৰকা বক্সাৰগৰাকীৰ পক্ষত ৰায় দিছিল তিনিগৰাকী বিচাৰকে।

সকলো মিলি ৩-২ ব্যৱধানত প্ৰি-কোৱাৰ্টাৰৰ মেচখনত বিজয় সাৱ্যস্ত কৰিছিল লাভলীনাই।

প্ৰথমখন মেচত বাই লাভ কৰাৰ পাছত দ্বিতীয়খন মেচত জিকি কোৱাৰ্টাৰ ফাইনেল স্থান নিশ্চিত কৰিছিল লাভলীনাই।
ভাৰতৰ বাবে এতিয়া লাভলীনাই কঢ়িয়াই আনিব ব্ৰঞ্জৰ পদক।লাভলীনাই হৈছে অসিম্পিকত পদক জয় কৰা প্ৰথম অসমীয়া খেলুৱৈ।

ব্ৰঞ্জৰ পদক জয়ৰে অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd