• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লজ্জাজনক! ধৰ্মান্ধতাই লগ এৰা নাই অধিবক্তাৰো, মুখ্য ন্যায়াধীশক অপব্যৱহাৰ কৰাৰ চেষ্টা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 3:34 pm
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ত সোমবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আদালতৰ শুনানিৰ মাজতেই এজন অধিবক্তাই মুখ্য ন্যায়াধীশ (CJI) বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। এই ঘটনাৰ ফলত আদালতৰ স্বাভাৱিক কাৰ্য্যবিধি কেই মিনিটৰ বাবে ব্যাহত হৈ পৰে।

সূত্ৰ অনুসৰি, ৰাকেশ কিশোৰ  নামৰ অধিবক্তাজনে ন্যায়ালয়ত এটা বিষয় উত্থাপন কৰি থাকোঁতেই হঠাতে আগবাঢ়ি আহি জোতা নিক্ষেপ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত পৰিস্থিতি চম্ভালি লয় আৰু অধিবক্তাজনক আদালতৰ পৰা বাহিৰলৈ লৈ যায়। বাহিৰলৈ লৈ যোৱাৰ সময়ত তেওঁ চিঞৰি কৈছিল, “সনাতন ধৰ্মৰ অপমান আমি সহ্য নকৰো!”

Apply Now

মুখ্য ন্যায়াধীশ গাভাইয়ে ঘটনাৰ পিছতো আদালতৰ নিয়ম-শৃংখলা বজাই ৰাখি তেওঁ আন অধিবক্তাসকলক উদ্দেশ্য কৰি কয়, “বিচলিত নহ’ব। এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।”

উল্লেখযোগ্য যে, ৰাকেশ কিশোৰে পূৰ্বে খাজুৰাহোৰ জৱৰী মন্দিৰত থকা সাত ফুট ওখ ভগৱান বিষ্ণুৰ মূৰ কাটি লোৱা প্ৰতিমূৰ্তি পুনৰুদ্ধাৰৰ দাবীত আদালতত আবেদন দাখিল কৰিছিল। ছেপ্টেম্বৰ মাহত মুখ্য ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ কে. বিনোদ চন্দ্ৰনে সেই আবেদন খাৰিজ কৰি কয় যে এই বিষয়টো ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)-ৰ অধিকাৰভুক্ত, আদালতৰ নহয়।

তেতিয়াৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে অধিবক্তাজনক কৈছিল, “যাওক আৰু ভগৱানক কিবা কৰিবলৈ কওক। আপুনি যেহেতু বিষ্ণুৰ পৰম ভক্ত, তেন্তে প্ৰাৰ্থনা কৰক।”

এই মন্তব্যক লৈ সামাজিক মাধ্যমত ব্যাপক সমালোচনা হয় আৰু বিভ্ৰান্তিকৰ তথ্যও প্ৰচাৰিত হয়।পিছত ১৮ ছেপ্টেম্বৰত মুখ্য ন্যায়াধীশ গাভাইয়ে স্পষ্টকৈ কয়, তেওঁ সকলো ধৰ্মক সন্মান কৰে আৰু কোনো ধৰ্মক অপমান কৰাৰ প্ৰশ্নই নুঠে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সামাজিক মাধ্যমত ভুল তথ্যৰ প্ৰচাৰৰ বিপদৰ কথা উল্লেখ কৰি কয়, “প্ৰতিটো কাৰ্য্যই এতিয়া ছ’চিয়েল মিডিয়াত বিকৃত ৰূপে ওলাইছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd