• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহি আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ হৰৰ ছবি ‘লক্ষ্মী বোম্ব’, চাওঁক ট্ৰেলাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 9, 2020 4:41 pm

2 min read

akshay kumar
341
VIEWS
Share on FacebookShare on Twitter

দৰ্শকক মনোৰঞ্জন দিবলৈ আহি আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ নতুন  হৰৰ ছবি ‘লক্ষ্মী বোম্ব’।

ছবি খনৰ সম্পাদনাৰ সকলো কাম যোৱা সপ্তাহত অন্ত পৰাৰ পিছত আনুষ্ঠানিক ভাবে আজি ‘লক্ষ্মী বোম্ব’ (Laxmmi Bomb) ৰ ট্ৰেলাৰ মুক্তি দিয়া হয়।

‘লক্ষ্মী বোম্ব’ ছবিত অক্ষয় কুমাৰে বিশেষ চৰিত্ৰ এটাত কৰা অভিনয়ে সকলোৰে মন চুই যাব পাৰিব বুলি ছবি খনৰ পৰিচালকে আশা প্ৰকাশ কৰিছে।

ছবি খনৰ বাবে নায়িকা হিচাবে নিৰ্বাচন কৰা হৈছে অভিনেত্ৰী কিয়াৰা আদৱানীক।

Jahan kahi bhi hain, wahi ruk jaayyein aur taiyyaar ho jaayyein dekhne #LaxmmiBomb ka trailer, kyunki barasne aa rahi hai Laxmmi! #LaxmmiBombTrailer out now. #YeDiwaliLaxmmiBombWali! ?

#FoxStarStudios #DisneyPlusHotstarMultiplex @advani_kiara @offl_Lawrence pic.twitter.com/oJM6YljkBX

— Akshay Kumar (@akshaykumar) October 9, 2020

দৰাচলতে ‘লক্ষ্মী বোম্ব’ ছবি খন হৈছে দক্ষিণৰ তামিল ছবি ‘কাঞ্চনা’ৰ অফিচিয়েল ৰিমেক।

২০১১ চনতে মুক্তি পোৱা হৰৰ ছবি খনে দক্ষিণৰ ছবি জগতত আলোড়ণৰ সৃষ্টি কৰিছিল।

‘কাঞ্চনা’ত অভিলয় কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰাঘৱ লৰেন্সে।

‘লক্ষ্মী বোম্ব’ ছবি খনৰ পৰিচালনাৰ দায়িত্বত আছে ‘কাঞ্চনা’ৰ পৰিচালক লৰেন্সেই।চলিত বছৰৰ মাৰ্চ মাহত ডুবাইৰ বুৰ্জ খলিফাত ছবি খনৰ বহু দৃশ্যৰ শ্বুটিং হৈ যায়।

লকডাউনৰ সময়তে ছবি খনৰ সম্পাদনা আৰু অন্যান্য বহু কাম আগবাঢ়ি যায়।

হৰৰ ছবি খনে বহুতোকে আতংকৰ মাজেৰে আমোদ দিব আশা কৰা হৈছে ।

৯ নৱেম্বৰত ডিজনি প্লাছ হটস্টাৰ মাল্টিপ্লেক্সত ছবি খনৰ মুক্তি দিয়া হব।

 

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd