• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত নেতৃত্বকেন্দ্ৰিক সংঘাত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 31, 2020 7:57 pm
Leadership battle in INTUC Assam chapter
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছত আৰম্ভ হৈছে নেতৃত্বকেন্দ্ৰিক সংঘাত। ২৯ জুলাই ২০২০ত অনুষ্ঠিত সংবাদমেলক অসাংবিধানিক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়ে।

২৯ জুলাই ২০২০ত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ পল্টনবজাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সভাপতি আৰু উপ সভাপতি বুলি কৈছিল ক্ৰমে হিৰণ্য বৰা আৰু কিৰিপ চলিহাই।

Apply Now

ইয়াক ভুৱা,মনে সজা, ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ সংবিধানৰ বিৰোধী আৰু অপপ্ৰচাৰ বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰকটকীয়ে।

ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ নিৰ্বাচিত সভাপতি মই বুলি উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত বৰকটকীয়ে কয় ‘অসম শাখাৰ সংগঠনটো সুকলমে পল্টনবজাৰ কাৰ্যালয়ৰ পৰা চলাই আছো। অন্যান্য শ্ৰমিক সংগঠন বোৰে এই কথা ভালকৈ জানে। এই কাৰ্যালয়ৰ পৰাই আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম চলাই আছো’।

আনহাতে ২৯ জুলাইৰ সংবাদমেলখন তেওঁলোকে কাৰ্যালয়ত বলপূর্বকভাৱে প্ৰৱেশ কৰি সম্বোধন কৰা বুলিও কয় অসম ৰাজ্যিক মজদুৰ কংগ্ৰেছৰ সভাপতি বৰকটকীয়ে।

কভিড-১৯ৰ লকডাউন চলি থকা বাবে কার্যালয়ত আমি উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি ছালফাসহ গুণ্ডাবাহিনী লৈ কাৰ্যালয়ত প্ৰৱেশ কৰি সংবাদমেল দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত সংগঠনটোৰ নেতৃত্বকেন্দ্ৰিক যুঁজখন ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজত চলি আছে।

তাৰ মাজতে হিৰণ্য বৰা ফৈদৰ বিৰুদ্ধে সৰৱ হৈ বৰকটকীয়ে কয়, ‘হিৰণ্য বৰা নামৰ ব্যক্তিজনৰ বিষয়ে জিলা কংগ্ৰেছৰ কৰ্মীসকলে ভালকৈ জানে। ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ কাৰ্যালয় বেদখল কৰি নাটক ৰচনা কৰি নিজকে সভাপতি বুলি জাহিৰ কৰি ফুৰিছে’।

আনহাতে তেওঁলোকৰ বিৰুদ্ধে পল্টনবজাৰ থানা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ লগতে অহা ৪ আগষ্টত ন্যায়ালয়ত শুনানি আছে বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰকটকীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd