DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰ প্ৰসংগত অযথা মূৰ নঘমাব; তুৰস্কক সকিয়ালে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 23, 2020 4:06 pm
india-slams-turkey
5k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰ প্ৰসংগক লৈ শেহতীয়াকৈ তুৰস্কই পুনৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ এৰ্ডোগানে কাশ্মীৰ প্ৰসংগত কৰা মন্তব্যকলৈ এতিয়া জাঙুৰ খাই উঠিছে ভাৰত ।

আজি ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ প্ৰতিনিধি টি এছ মূৰ্তিয়ে তুৰস্কৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ বিৰোধিতা কৰি কয় যে কাশ্মীৰ যিহেতু ভাৰতৰ অংগ সেয়ে  বিষয়ত কোনো বিদেশী ৰাষ্ট্ৰ কোনো হস্তক্ষেপ সহ্য কৰা নহ’ব।

তেওঁ কয় যে ভাৰতে সদায় কাশ্মীৰী জনতাৰ সুখ –দুখৰ সমভাগী হৈ আহিছে।

এই ক্ষেত্ৰত কোনো লোকক হাৰাশাস্তি কৰাৰ প্ৰশ্নই নুঠে। উল্লেখ্য,ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ এৰ্ডোগানে কৈছিল যে ভাৰতে কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পিছতে কাশ্মীৰৰ জনতাই দুৰ্বিসহ জীৱন যাপন কৰিবলগীয়া হৈছে।

তুৰস্কৰ ৰাষ্ট্ৰপতি এৰ্ডোগানে ইয়াৰ পূৰ্বেও পাকিস্তান ভ্ৰমণ কৰাৰ সময়ত কাশ্মীৰ প্ৰসংগত কেতবোৰ আপত্তিকৰ মন্তব্য কৰিছিল।

পাকিস্তানৰ উচটনিতে তুৰস্কৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰি অহা বুলি বহুতে ধাৰণা কৰিছে।

ইয়াৰ পূৰ্বেও এৰ্ডোগানে কৈছিল যে কাশ্মীৰ ভাৰতৰ অংগ নহয়। ভাৰতে কাশ্মীৰ বলপূৰ্বক অধিকাৰহে কৰি আছে।

Recent News

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd