DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমাৰগাওঁ মহাবিদ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিশেষ কেন্দ্ৰীয় বক্তৃতানুষ্ঠান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 1, 2019 6:34 am
IMG-20190831-WA0065

ফটো : নৰ্থইষ্ট নাও

3.9k
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখাৰ উদ্যোগত কমাৰগাঁও মহাবিদ্যালয় আৰু বোকাখাত জিলা সাহিত্য শাখাৰ সহযোগত শনিবাৰে কমাৰগাওঁ মহাবিদ্যালয়ত এক কেন্দ্ৰীয় বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷

জ্যোতিপ্ৰসাদ আগৰৱালৰ শঙ্কৰদেৱ অধ্যয়ন শীৰ্ষক এই অনুষ্ঠানত পৌৰহিত্য কৰে সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি ড⁰ সুৰেশ চন্দ্ৰ বৰাই ৷

ৰিজু হাজৰিকা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যলয়খনৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা ড⁰ গায়ত্ৰী বৰা কাকতীয়ে আৰু সঙ্ঘৰ সাহিত্য শাখাৰ সম্পাদক মৃণাল কুমাৰ বৰুৱাই ৷

ড⁰ বিজুলী বৰচেতিয়াই দিয়া আদৰণী ভাষণৰ পাছতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকাই আনুষ্ঠানিকভাৱে অনুষ্ঠান উদ্বোধন কৰে ৷

অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাবে আৰু  অভয়াপুৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নামধৰ্মৰ সম্পাদক ড⁰ জগত চন্দ্ৰ বৰাই নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰে ৷

বক্তৃতানুষ্ঠানত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ উপৰিও সঙ্ঘৰ সাহিত্য গৱেষণা পৰিষদৰ সদস্য যুগল বৰগোঁহাই, পৰিকল্পনা আৰু যোগাযোগ উপ সমিতিৰ সম্পাদক প্ৰদীপ হাজৰিকা,কেন্দ্ৰীয় সেৱাবাহিনীৰ উপমুখ্য অধিনায়ক সঞ্জীৱ বৰা, সাহিত্য উপ সচিব শ্ৰীমন্ত হাজৰিকাই অংশ লয়।

তদুপৰি,বোকাখাত জিলা শাখাৰ সভাপতি যোগেশ লয়িং, সম্পাদক দ্বীজেন্দ্ৰ নাথ ৰাজখোৱা ,৮৯ সংখ্যক বোকাখাত অধিৱেশনৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকা, সম্পাদক চন্দ্ৰ কান্ত ভূঞা, বোকাখাত জিলাৰ জিলাধিনায়ক চন্দন বৰাও উপস্থিত থাকে ৷

অনুষ্ঠানত শিশু শিল্পী বৰ্ষাগ্নী ডেকাই গীতেৰে সকলোকে আপ্লুত কৰে ৷

Recent News

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd