• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছলনাময়ী ললনা! চাওক, বহু প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এইগৰাকী মোহময়ী অভিনেত্ৰীৰ কাণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2021 9:34 am
leena maria paul
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদতো পৰিচিতি লাভ কৰা এইগৰাকী ছলনাময়ী মালায়ালম অভিনেত্ৰী হ’ল লীনা মাৰিয়া পল। প্ৰায় ২০০কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত এই ললনা।

দেওবাৰে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। লীনাৰ বিৰুদ্ধে অভিযোগ যে তেওঁৰ কাৰাবন্দী প্ৰতাৰক প্ৰেমিক চন্দ্ৰশেখৰৰ সৈতে প্ৰৱঞ্চনাত জড়িত হৈ পৰিছে অভিনেত্ৰীগৰাকী। দিল্লী উচ্চ ন্যায়ালয়ে অভিনেত্ৰীগৰাকীক ১৫দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।

বলীউদতো পৰিচিতি লাভ কৰা লীনাক দেখা গৈছিল ২০১৩ চনত মুক্তি পোৱা সুজিত ছিৰকাৰৰ ছবি ‘মাদ্ৰাজ কাফে’ত।

Apply Now

বিগত কেইবামাহো ধৰি লীনাৰ প্ৰেমিক চন্দ্ৰশেখৰ কাৰাগাৰত বন্দী হৈ আছে। চন্দ্ৰশেখৰৰ বিৰুদ্ধে ধন আত্মস্যাৎ, প্ৰতাৰণাকে ধৰি মুঠ ২১ টা অভিযোগ আছে। এই গোচৰত সাক্ষী হিচাপে আৰক্ষীৰ ওচৰত সাক্ষ্যদান কৰিছে অভিনেত্ৰী জেকলিন ফৰ্ণাণ্ডেজে।

জানিব পৰা মতে, কাৰাগাৰত বন্দী হৈ থাকিও প্ৰেমিকা লীনাৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পেলাই গৈছিল চন্দ্ৰশেখৰে। এই দুস্কাৰ্যত লীনাৰ সৈতে জড়িত আছিল আন দুগৰাকী আৰক্ষী বিষয়া আৰু  লগত আছিল চন্দ্ৰশেখৰ দুই সহযোগী।

আৰক্ষীয়ে লীনাৰ সেই দুই সহযোগী তথা এছিটেন্ট জেইল ছুপাৰিন্টেণ্ড আৰু ডেপুটি ছুপাৰিন্টেণ্ডকো গ্ৰেপ্তাৰ কৰিছে।

লীনা পলক আৰক্ষীয়ে ২০০কোটি টকা ধন আত্মস্যাৎ কৰা চক্ৰৰ সৈতে জড়িত চন্দ্ৰশেখৰৰ সৈতে সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। চক্ৰটোৱে ফৰ্টিছ হেলথকেয়াৰৰ প্ৰাক্তন প্ৰম’টাৰ শিৱিন্দৰ সিঙৰ পত্নী আদিতি সিঙৰ পৰা এই ধন লোৱাৰ অভিযোগ উঠিছে।

নিৰ্বাচন আয়োগৰ বহু চৰ্চিত উৎকোচৰ গোচৰত অভিযুক্ত চন্দ্ৰশেখৰ বৰ্তমান দিল্লীৰ ৰোহিনী জেইলত বন্দী হৈ আছে।

অভিযোগ অনুসৰি, চন্দ্ৰশেখৰে এআইএডিএমকেৰ নেতা টি টি ভি দীনকৰণৰ মধ্যভোগী হিচাপে কাম কৰিছিল যিয়ে শশীকলাৰ গোটটোৰ বাবে দলৰ দুটা-পাতৰ নিৰ্বাচনী প্ৰতীকটো লাভ কৰিবলৈ নিৰ্বাচন আয়োগৰ বিষয়াক উৎকোচ দিয়াৰ চেষ্টা কৰিছিল।

 

ইয়াৰ পূৰ্বে চন্দ্ৰশেখৰৰ সৈতে চেন্নাই বেংকৰ পৰা ১৯ কোটি টকা প্ৰৱঞ্চনাৰে সৰকোৱাৰ অভিযোগত ২০১৩চনত প্ৰথম লীনা পল গ্ৰেপ্তাৰ হৈছিল। সেই সময়ত আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা ৯খন বিলাসী গাড়ী আৰু ৮১টা দামী হাত ঘড়ী উদ্ধাৰ কৰিছিল।

চন্দ্ৰশেখৰে প্ৰায়েই নিজকে তামিলনাডুৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এম কৰুনানিধিৰ নাতি বুলি পৰিচয় দি তামিলনাডু, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ কেইবাগৰাকীও ব্যক্তিৰ পৰা চৰকাৰী ঠিকা দিয়াৰ নামত ১৫কোটিতকৈয়ো অধিক টকা সৰকাইছিল। এই প্ৰেমিকযুগলে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মুম্বাইলৈ গুচি আহিছিল।

২০১৫চনত পুনৰ ১০কোটি টকাৰ কেলেংকাৰীত আন দুজন সহযোগীৰ সৈতে এই যুটীয়ে গুৰগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, ২০১৮চনৰ ডিচেম্বৰত লীনা মাৰিয়া পল কোচিৰ তেওঁৰ বিউটি পাৰ্লাৰত হোৱা এক গুলীয়াগুলিৰ ঘটনাৰ বাবে পুনৰ বাতৰিৰ শিৰোণামালৈ আহিছিল। ২০১৯ত গ্ৰেপ্তাৰ হোৱা আণ্ডাৰৱৰ্ল্ডৰ ডন ৰৱি ছুলিয়া পূজাৰী সেই হাই প্ৰফাইল ঘটনাত জড়িত আছিল বুলি কোৱা হৈছিল।

Leena Maria Paul

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd