• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 4:48 pm
অভিনেতা ড’নাল্ড ছাদাৰলেণ্ড। ফাইল ফটোঃ সংগ্ৰহীত।

অভিনেতা ড’নাল্ড ছাদাৰলেণ্ড। ফাইল ফটোঃ সংগ্ৰহীত।

637
VIEWS
Share on FacebookShare on Twitter

হলিউডৰ কিংবদন্তি অভিনেতা ড’নাল্ড ছাদাৰলেণ্ডৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আমেৰিকাৰ মিয়ামীত তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।

মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৮৮ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ অসুখত ভুগি আছিল। ছাদাৰলেণ্ডে দ্য হাংগাৰ গেমছ আৰু ডোন্ট লুক নাও ছবিত অভিনয় কৰি সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰিছিল।

ড’নাল্ড ছাদাৰলেণ্ডৰ পুত্ৰ তথা অভিনেতা কিফাৰ ছাদাৰলেণ্ডে এক বিবৃতিত তেওঁৰ পিতৃৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।

লগতে পঢ়কঃ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ; কিমান বৃদ্ধি হ’ব দৰমহা, ডি এ?

ছাদাৰলেণ্ডে দ্য ডাৰ্টি ডজন, MASH আৰু Klute ছবিতো অভিনয় কৰিছিল।

কানাডাৰ নিউ ব্ৰান্সৱিক চহৰত জন্মগ্ৰহণ কৰিছিল ছাদাৰলেণ্ডে। তেওঁ কানাডা এৰি ১৯৫৭ চনত লণ্ডনলৈ যায়। 

Recent News

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস : জানো আহক যোগৰ মহত্ব আৰু গুৰুত্ব

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

অভূতপূৰ্ব কৃতিত্ব, চন্দ্ৰত বিধ্বস্ত জাপানী মহাকাশযানৰ ধ্বংসাৱশেষ চিনাক্ত কৰিলে চন্দ্ৰযান-২য়ে

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd