• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ; কিমান বৃদ্ধি হ’ব দৰমহা, ডি এ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 4:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ পূৰ্বেই মোডী চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ ডিয়াৰনেছ এলাৱেন্স (ডি এ) বৃদ্ধিৰ অনুমোদন জনাইছে। কেন্দ্ৰৰ এই ঘোষণাত চৰকাৰী কৰ্মচাৰীসকল যথেষ্ট সুখী।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ৪৬ শতাংশ হাৰত ডি এ লাভ কৰিছিল। কিন্তু চাৰি শতাংশ বৃদ্ধি পাই ই ৫০ শতাংশত উপনীত হয়। নিয়ম অনুসৰি যেতিয়া ডিয়াৰনেছ এলাৱেন্সৰ হাৰ পঞ্চাশ শতাংশ হয় তেতিয়াহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিব লগা হয়।

কেন্দ্ৰীয় বাজেট ১ মাহৰ পিছত দাখিল কৰিব পাৰে। কিন্তু তাৰ আগতে নেচনেল কাউন্সিল (ষ্টাফ চাইড, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালৰ বাবে যুটীয়া পৰামৰ্শদাতা সমিতি)ৰ সম্পাদক শিৱ গোপাল মিশ্ৰই অষ্টম দৰমহা আয়োগৰ গঠন সন্দৰ্ভত কেবিনেট সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। তাতেই চৰকাৰক অষ্টম দৰমহা আয়োগৰ প্ৰস্তাৱ দিছে।

Apply Now

লগতে পঢ়কঃ আজি ২১ জুন ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’, জানি লওক এইবাৰৰ বিষয়বস্তু (থিম)

পূৰ্বে ৪-৭ শতাংশ মুদ্ৰাস্ফীতি আছিল যদিও ক’ভিডৰ পিছত গড়ে ৫.৫ শতাংশলৈ বৃদ্ধি পাইছে বুলি কেবিনেট সচিবলৈ লিখা পত্ৰত মিশ্ৰই উল্লেখ কৰিছে। ২০১৬ চনৰ পৰা ২০২৩ চনলৈ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু সামগ্ৰীৰ খুচুৰা মূল্য তুলনা কৰিলে দেখা যায় যে স্থানীয় বজাৰ অনুসৰি ৮০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

তেওঁ লগতে কয় যে ২০২৪ চনৰ জুলাই পৰ্যন্ত প্ৰায় ৪৬ শতাংশ ডিয়াৰনেছ এলাৱেন্স প্ৰদান কৰা হৈছে, গতিকে প্ৰকৃত মুদ্ৰাস্ফীতি আৰু কৰ্মচাৰী আৰু পেঞ্চনাৰক প্ৰদান কৰা ডি এৰ মাজত এক ব্যৱধান আছে। গতিকে ইয়াৰ পুনৰীক্ষণ আৰু সংশোধন কৰাৰ প্ৰয়োজন আছে।

মিশ্ৰই উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডি এ ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। কিন্তু সেই সময়সীমাৰ পিছত নিযুক্তি পোৱাসকলৰ পেঞ্চন নিয়মৰ অধীনত পেঞ্চন পুনৰ ঘূৰাই দিয়াৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

লগতে পঢ়কঃ মহম্মদ ছামি-ছানিয়া মিৰ্জাৰ বিবাহৰ চৰ্চা! সকলো বিৱৰি ক’লে পিতৃ ইমৰাণ মিৰ্জাই

উল্লেখ্য যে প্ৰতি দহ বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। ইয়াৰ পূৰ্বে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। সেই সময়ত দিয়া পৰামৰ্শসমূহ ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ দহ বছৰৰ পাছত ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd