• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছচিয়েল মিডিয়াত শচীনক চৰম কটাক্ষ! এইবাৰ কৃষক বিক্ষোভক লৈ মুখ খুলিলে কপিল দেবে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2021 3:39 pm
WhatsApp Image 2021-02-06 at 2.17.23 PM

কপিল দেব। ফাইল ফটো।

397
VIEWS
Share on FacebookShare on Twitter

দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভক লৈ গ্ৰেটা থুনবাৰ্গ, ৰিহানাৰ দৰে আন্তৰ্জাতিক ব্যক্তিত্বৰ মাত মতাটো শচীন তেণ্ডুলকাৰে ভাল পোৱা নাই।

সেয়ে, শচীনে কৃষক বিক্ষোভ বিৰোধী কোনো কথা নোকোৱাকৈ ভাৰতৰ আভ্যন্তৰীণ সমস্যা ভাৰতীয়সকলেই সমধান কৰিব পাৰে বুলি টুইটাৰত মন্তব্য কৰে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ কটাক্ষৰ সন্মুখীন হয় শচীন।

ইয়াৰ মাজতে এইবাৰ কৃষক বিক্ষোভক লৈ ছচিয়েল মিডিয়াত নিজৰ মত ব্যক্ত কৰিলে কিংবদন্তি ক্ৰিএটাৰ কপিল দেবে।

ভাৰতৰ প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে টুইট কৰি কয়, ’’স্বাভাৱিকভাৱেই মই ভাৰতক ভালপাঁও। আশা কৰো কৃষক আৰু চৰকাৰৰ মাজত মতানৈক্য যিমানদূৰ সম্ভৱ শীঘ্ৰেই সমাধা হ’ব। বিশেষজ্ঞসকলক সিদ্ধান্ত ল’বলৈ দিয়ক। কিন্তু এটা বিষয় নিশ্চিত যে সকলোতকৈ আগত হ’ল দেশ।‘’

কপিল দেবে লগতে কয়,’’ইয়াৰ লগতে মই ক’ব খোজো আমাৰ ক্ৰিকেট দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত ব্যাপক সফলতা লাভ কৰক। জয় হিন্দ।‘’

I simply love India , I wish the tiff between Farmers and Govt gets resolved ASAP.
Let the experts take a call.
One thing for sure 🇮🇳is supreme

ALSO I WISH MY INDIAN CRICKET TEAM A GRAND SUCCESS IN THE UPCOMING SERIES AGAINST ENGLAND
Jai Hind

— Kapil Dev (@therealkapildev) February 4, 2021

উল্লেখ্য যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাহিৰৰ অনাকাংখিত হস্তক্ষেপ মূলত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস বুলি দেশৰ তাৰকাসকলে ধাৰণা কৰে।

এইক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট তাৰকাসকলেও মৌন হৈ নাথাকি নিজৰ মত ব্যক্ত কৰিছে। শচীন তেণ্ডুলকাৰ, অনিল কুম্বলেৰ পৰা আৰম্ভ কৰি বিৰাট কোহলি, ৰেহিত শৰ্মা, ৰাহানেৰ দৰে তাৰকাসকলে ছচিয়েল মিডিয়াত তেওঁলোকৰ মত ব্যক্ত কৰিছে।

Recent News

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd