• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৩৪ সংখ্যক জন্মদিন পালনৰ এদিন পিছতেই ক’ৰ’নাত আক্ৰান্ত মহান স্প্ৰিণ্টাৰ উছেইন ব’ল্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2020 8:41 am

1 min read

৩৪ সংখ্যক জন্মদিন পালনৰ এদিন পিছতেই ক’ৰ’নাত আক্ৰান্ত মহান স্প্ৰিণ্টাৰ উছেইন ব’ল্ট
292
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ দ্ৰুততম, সফল তথা আঠবাৰৰ অলিম্পিক চেম্পিয়ন স্প্ৰিণ্টাৰ উছেইন ব’ল্ট ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। স্প্ৰিণ্টাৰ গৰাকীয়ে সোমবাৰে এই কথা জনায়।

ব’ল্টে লগতে কয় যে তেওঁৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাছিল আৰু তেওঁক হোম কোৱাৰেণ্টাইনতে থকাৰ পৰামৰ্শ প্ৰদান কৰিছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ব’ল্টে কয়, ‍‘মই ক’ভিড-১৯ ত আক্ৰান্ত হৈছো। যোৱা শনিবাৰে মই ইয়াৰ টেষ্ট কৰিছিলো’।

তেওঁ লগতে কয়, ‍‘মোৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাই, সেয়ে মই নিজকে হোম কোৱাৰেণ্টাইন কৰিম’।

উল্লেখ্য যে জামাইকান স্প্ৰিণ্টাৰ গৰাকীয়ে উলহ মালহেৰে নিজৰ ৩৪ সংখ্যক জন্মদিন উদযাপনৰ ঠিক এদিন পিছতেই ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে ব’ল্টৰ জন্মদিন পাৰ্টিত বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ কেইবাগৰাকীও নামি-দামী তাৰকা উপস্থিত আছিল।

মিডিয়াত প্ৰকাশিত অনুসৰি পাৰ্টিটোত উপস্থিত আছিল মানচেষ্টাৰ চিটিৰ ষ্টাৰ ৰহিম ষ্টাৰলিং, বায়াৰ লেভাৰকিউজেন, লিয়ন বেইলি আৰু বিস্ফোৰক ক্ৰিকেটাৰ ক্ৰিছ গেইল।

Tags: COVID_19

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd