• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ সাতগাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2019 12:49 pm

1 min read

53cf8154b9c95

প্ৰতিনিধিত্বমূলক ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ সাতগাঁও অঞ্চলত দেওবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক বানু বিবি (৩৫) বুলি চিনাক্ত কৰা হৈছে। আহত মহিলাগৰাকীক ততাতৈয়াকৈ নিকটৱৰ্তী প্ৰতীক্ষা হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান মহিলাগৰাকীৰ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

আনহাতে, আক্ৰমণকাৰী বাঘটো সাতগাঁৱৰ প্ৰগতিনগৰৰ এটা ঘৰত সোমাই গৈ কোঠালি এটাৰ কোণত সোমাই পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বন বিভাগৰ দল গৈ উপস্থিত হোৱা নাই।

স্থানীয় লোকে জানিব দিয়ে যে তেওঁলোকে ঘটনা সংঘটিত হোৱাৰ লগে লগে বন বিভাগক খৱৰ দিছে যদিও বন বিভাগৰ লোক ঘটনাস্থলীলৈ আহি বাঘটোক চেতনানাশক দি কৰায়ত্ত্ব কৰাৰ চেষ্টা কৰা নাই।

স্থানীয় ৰাইজে জানিব দিয়া মতে প্ৰাপ্তবয়স্ক নাহৰফুটুকীটোৱে বিগত কেইদিনমানৰ পৰাই খাদ্যৰ সন্ধানত অঞ্চলটোত বিচৰণ কৰি আহিছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd